• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 11, 2026
26 °c
Guwahati
22 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Nation NE by Nation NE
March 11, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ
Share on FacebookShare on TwitterWhatsApp

ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ পিছতেই ১০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। তেওঁ নিজৰ মন্ত্ৰালয়ক আহ্বান জনায় যে, মন্ত্ৰালয় আৰু বিভাগসমূহে একেলগে কাম কৰি ভাৰতৰ জনসাধাৰণৰ ওপৰত ইৰাণ-ইজৰাইল যুদ্ধৰ প্ৰভাৱ সীমিত কৰাৰ লগতে মধ্যপ্ৰাচ্যৰ সংকটে যাতে জনসাধাৰণক প্ৰভাৱিত নকৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। লগতে তেওঁলোকক যিকোনো সম্ভাৱ্য প্ৰত্যাহ্বানৰ বাবেও সাজু থাকিবলৈ আহ্বান জনায়।

আজি ইৰাণ যুদ্ধৰ একাদশ দিন। ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সংঘাত হ্ৰাস দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ ফলত দেশত তেল সংকটৰ সৃষ্টি হৈছে। ভাৰতবৰ্ষৰ বহু ৰাজ্যত চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। হোটেল, ৰেষ্টুৰেণ্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসকললৈ এই বাৰ্তাই জনসাধাৰণৰ বাবে হয়তো সকাহ হ’ব পাৰে।

তেল সংকটৰ পোহৰত ভাৰতে খাৰুৱা তেল আৰু গেছৰ যোগানৰ কৌশল সংশোধন কৰিছে। গেছৰ নাটনি দূৰ কৰিবলৈ চৰকাৰে শোধনাগাৰসমূহক এল পি জি উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে। ঘৰুৱা এল পি জি যোগানৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ প্ৰকাশ কৰিছে। হাৰ্ডিং আৰু ব্লেক মাৰ্কেটিং ৰোধৰ বাবে ২৫ দিনৰ আন্তঃবুকিং নিয়ম কাৰ্যকৰী কৰা হৈছে। তদুপৰি, অনা-ঘৰুৱা খণ্ডৰ বাবে এল পি জি যোগানৰ চাহিদা পুনৰীক্ষণৰ বাবে এখন সমিতি গঠন কৰা হৈছে। আমদানিকৃত এল পি জিক অত্যাৱশ্যকীয় অঘৰুৱা খণ্ড যেনে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে।

কেবিনেট বৈঠকত গ্ৰহণ কৰা ৬ টা মূল সিদ্ধান্ত-

  • জল জীৱন অভিযান ২.০ত অনুমোদন
  • মাদুৰাই বিমানবন্দৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ঘোষণা
  • জেৱাৰ আৰু ফৰিদাবাদৰ মাজত উচ্চ পথ অনুমোদিত
  • ছাইন্থিয়া আৰু পাকুৰৰ মাজত চতুৰ্থ ৰেলপথ অনুমোদিত
  • চতুৰ্থ ৰেল লাইন অনুমোদন সন্ত্ৰগাছি আৰু খৰগপুৰৰ মাজত
  • মধ্যপ্ৰদেশ ঘাইপথ প্ৰকল্প অনুমোদন
Tags: Middle EastPM ModiWar

Related Posts

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025