• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘কোনো পধ্যেই ৰেহাই দিয়া নহ’ব’ : বিদেশৰ পৰাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
April 22, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
‘কোনো পধ্যেই ৰেহাই দিয়া নহ’ব’ : বিদেশৰ পৰাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ পহলগাম অঞ্চলত পৰ্যটকৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৭ জন পৰ্যটকৰ মৃত্যু হোৱাৰ আশংকা কৰাৰ লগতে আন বহু পৰ্যটক আহত হোৱাৰ খবৰ আহিছে।

বৰ্তমান ছৌদি আৰব ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰো আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগত ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰি এই জঘন্য ঘটনাৰ আঁৰত থকা লোকসকলক কোনো পধ্যেই ৰেহাই দিয়া নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে, দক্ষিণ কাশ্মীৰ জিলাৰ পহলগামৰ বৈছাৰণ অঞ্চলত দুপৰীয়া প্ৰায় ২:৩০ বজাত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰিছিল। পৰ্যটকসকলৰ নাম আৰু ধৰ্ম শুধি আক্ৰমণ চলোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে।

ইফালে এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমগ্ৰ ঘটনাৰ বুজ লয়। লগতে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত ইতিমধ্যে শ্ৰীনগৰত উপস্থিত হৈছে অমিত শ্বাহ।

এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব লস্কৰে লোৱাৰ পিছতে সমগ্ৰ জম্মুতে জাৰি কৰা হৈছে হাই এলাৰ্ট। নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মোতায়েন কৰাৰ লগতে সন্ত্ৰাসবাদীক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে।

Tags: Amit ShahJammu and KashmirNarendra ModiPahalagamTerror AttackTourists Killed

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025