• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰধানমন্ত্ৰীৰ এক বিশেষ ভিডিঅ’ই লগাইছে খলকনি: স্বৰ্ণজয়ী নৱদীপ সিঙৰ ইচ্ছা পূৰণৰ বাবে মাটিত বহিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Nation NE by Nation NE
September 13, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
পেৰিছৰ পৰা আহিল ভালখবৰ! ভাৰতলৈ আগমন ঘটিল আন এটি পদকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পেৰিছ পেৰালিম্পিক ২০২৪ত সোণৰ পদক অৰ্জন কৰা নৱদীপ সিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীক নৱদীপ সিঙৰ ইচ্ছা পূৰণ কৰিবলৈ মাটিত বহি থকা দেখিবলৈ পোৱা গৈছে।

পেৰিছ পেৰালিম্পিক ২০২৪ ভাৰতৰ বাবে আছিল অতি বিশেষ। ইয়াত ভাৰতে মুঠ ২৯ টা পদক অৰ্জন কৰে, যাৰ ভিতৰত আছে ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জ, যি বৰ্তমানলৈকে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত পদক বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকক অভিনন্দন জনায়৷ এই সময়ছোৱাতেই, স্বৰ্ণজয়ী নৱদীপ সিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

নৱদীপ সিঙে F41 শ্ৰেণীত সোণৰ পদক অৰ্জন কৰে আৰু তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বাবে এটা টুপী লৈ আনে। তেওঁ নিজ হাতেৰেই প্ৰধানমন্ত্ৰী মোদীক এই টুপীটো পিন্ধাব বিচাৰিছিল। কম উচ্চতাৰ হোৱা বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ মাটিত বহি লয় আৰু তাৰ পিছত নৱদীপে তেওঁক টুপী পিন্ধাই দিয়ে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোডীয়ে নৱদীপ সিঙক তেওঁৰ অটোগ্ৰাফও দিয়ে।

পেৰিছ পেৰালিম্পিক ২০২৪ত, নৱদীপ সিঙে F41 শ্ৰেণীত ৪৭.৩২ মিটাৰ দলিয়াইছিল। একে সময়তে, ইৰাণৰ চাদেগে জেভলিনত ৪৭.৬৪ মিটাৰ দলিয়াইছিল, কিন্তু নিয়ম ভংগ কৰাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। যাৰ বাবে নৱদীপ সিঙে সোণৰ পদক লাভ কৰে। বিগত বৰ্ষত তেওঁ চতুৰ্থ স্থানত আছিল।

Tags: ParisParis ParalympicsSports

Related Posts

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ
Top News

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025