• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰটেম স্পীকাৰ হিচাপে শপত ল’লে উৰিষ্যাৰ ভৰ্তহৰি মহতাবে

ভৰ্তহৰি মহতাবৰ বিষয়ে জানো আহক

Nation NE by Nation NE
June 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰটেম স্পীকাৰ হিচাপে শপত ল’লে উৰিষ্যাৰ ভৰ্তহৰি মহতাবে

ভৰ্তহৰি মহতাব

Share on FacebookShare on TwitterWhatsApp

১৮ সংখ্যক লোকসভাৰ প্ৰটেম স্পীকাৰৰ দায়িত্ব গ্ৰহণ কৰিলে ভৰ্তহৰি মহতাবে। উৰিষ্যাৰ বিজেপি সাংসদ ভৰ্তহৰি মহতাবে ১৮সংখ্যক লোকসভাৰ প্ৰটেম স্পীকাৰ হিচাবে শপত লয়।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ৰাষ্ট্ৰপতি ভৱনত শপত বাক্য পাঠ কৰোৱাই ভৰ্তহৰি মহতাবক। প্ৰটেম স্পীকাৰ এক অস্থায়ী পদ। প্ৰটেম স্পীকাৰৰ দায়িত্ব থাকে নতুনকৈ হোৱা সাংসদত সকলক শপত বাক্য পাঠ কৰোৱা। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন নোহোৱা পৰ্যন্ত পীঠাসীন অধিকাৰী ৰূপে কাৰ্যনিৰ্বাহ পালন কৰিব ভৰ্তহৰি মহতাবে। আনহাতে মহতাবক প্ৰটেম স্পীকাৰৰ দায়িত্ব দিয়াৰ বাবে কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে। ভৰ্তহৰি মহতাব সাতবাৰকৈ হৈছিল সাংসদ। যাৰ বাবে এই পদৰ বাবে তেওঁ উপযুক্ত বুলি দোহাৰিছে কীৰেণ ৰিজিজুৱে। ভৰ্তিহৰি মহতাবে বিজু জনতা দল এৰি বিজেপিত যোগদান কৰিছিল। বিজু জনতা দলৰ হৈ ১৯৯৮ৰ পৰা কটক আসনত ছয়বাৰকৈ জয়ী হৈছিল ভৰ্তহৰি মহতাবে। এইবাৰ বিজেপিৰ হৈ নিৰ্বাচন খেলি জয়ী হৈছে ভৰ্তহৰি মহতাবে। বৰ্তমান বিজেপিৰ সাংসদ ভৰ্তহৰি মহতাব। ১৮ সংখ্যক লোকসভাৰ প্ৰথম কাৰ্যক্ৰমণিকা আজিৰে পৰা আৰম্ভ হৈছে। নৱনিৰ্বাচিত সদস্যসকলক আজি অথবা ২৫জুনৰ দিনা শপত বাক্য পাঠ কৰোৱাব প্ৰটেম স্পীকাৰে। ইযাৰ পিছত ২৬ জুন তাৰিখে লোকসভাৰ নতুন অধ্যক্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

ভৰ্তহৰি মহতাব প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ হৰেকৃষ্ণ মহতাবৰ পুত্ৰ। ৰাজনৈতিক নেতাৰ উপৰিও ভৰ্তহৰি মহতাব এগৰাকী সাহিত্যিক। উৎকল বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট কৰিছে ভৰ্তহৰি মহতাবে। ইয়াৰ পিছতে ৰাজনীতিৰ পথাৰত ভৰি দিছিল ভৰ্তহৰি মহতাবে। ১৯৯৮ চনত বিজু জনতা দলৰ পৰা টিকট লাভ কৰি প্ৰথমবাৰৰ বাবে কটকৰ পৰা লোকসভা নিৰ্বাচন খেলিছিল ভৰ্তহৰি মহতাবে। বিজু জনতা দলৰ পৰা টিকট লৈ জয়ী হৈছিল ভৰ্তহৰি মহতাব। সাংসদ হিচাপে নিৰ্বাচিত হৈ কটক আসনৰ পৰা ছয়বাৰকৈ সাংসদ হৈছিল ভৰ্তহৰি মহতাব। ২০২৪ৰ ২৮ মাৰ্চত বিজু জনতা দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ভৰ্তহৰি মহতাবে। এইবাৰ বিজেপিৰ পৰা টিকট লাভ কৰি কটক আসনত জয়ী হৈ পুনৰ সাংসদ হয় ভৰ্তহৰি মহতাব।

Tags: #loksabha #bhartruharimahtab

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025