• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানী পতাকা দাহ কৰি হাজোত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ

Nation NE by Nation NE
April 24, 2025
in Top News, অসম
0 0
পাকিস্তানী পতাকা দাহ কৰি হাজোত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত ২৮ গৰাকীকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুওৱা ঘটনাক লৈ উত্তাল হৈ আছে দেশ। দেশৰ ভিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ হাজোতো এই নৃশংস কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

পাকিস্তানী পতাকা দাহ কৰি হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে হাজোৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

হাজোৰ পাখামেলাত পথ অৱৰোধ কৰি হাতে হাতে প্লেকাৰ্ড লৈ হিন্দু জাগৰণ মঞ্চৰ সদস্য সকলে জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ইয়াৰ উপৰি পকিস্তানী সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে।

পাকিস্তানী পতাকা দাহ কৰাৰ লগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ পুত্তলিকাও দাহ কৰিলে ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে, ২২ এপ্ৰিল অৰ্থাত মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত একাংশ ইছলামিক সন্ত্ৰাসবাদীয়ে হিন্দু ধৰ্মাৱলম্বী পৰ্যটকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত ২৮ গৰাকীকৈ পৰ্যটকে কৰুণ মৃত্যুক আকোৱালি লৈছে।

ইফালে এই আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কোনো পাকিস্তানী নাগৰিকক ভিছা প্ৰদান কৰা নহয়। সিন্ধু জল চুক্তি বাতিল। দূতাবাস বন্ধ। এইধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে।

Tags: HajoJammu and KashmirPahalagamProtest

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025