• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘বিজেপি এৰক নহ’লে মৰক’, দুজনক হত্যা কৰি বিজেপিৰ নেতা-কৰ্মীক মুকলি প্ৰত্যাহ্বান মাওবাদীৰ

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
‘বিজেপি এৰক নহ’লে মৰক’, দুজনক হত্যা কৰি বিজেপিৰ নেতা-কৰ্মীক মুকলি প্ৰত্যাহ্বান মাওবাদীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে ছত্তীশগড়ৰ বিজাপুৰত দুজন গাঁও প্ৰধানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে মাওবাদীয়ে গাঁও প্ৰধান দুজনক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা অনুসৰি বৃহস্পতিবাৰে পুৱা সুখলু ফৰছা আৰু সুখৰাম অৱলম নামৰ গাঁও প্ৰধান দুজনৰ মৃতদেহ বেলেগ বেলেগ স্থানত উদ্ধাৰ হৈছিল। ফৰছাৰ এগৰাকী কন্যাই কালি নিশা এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ পিতৃক এৰি দিবলৈ কাতৰ অনুৰোধ জনাইছিল। কিন্তু এই ভিডিঅ’ প্ৰকাশ পোৱাৰ এদিন পিছতেই ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

সুখলু ফৰছাৰ মৃতদেহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাওবাদীয়ে প্ৰদান কৰা এখন ভাবুকিভৰা পত্ৰ। পত্ৰখনত স্পষ্টৰূপত উল্লেখ কৰিছে যে তেওঁক কেইবাবাৰো বিজেপিৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব কোৱা হৈছিল কিন্তু তেওঁ এই কথা নুশুনিলে।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে বস্তৰত বিজেপিৰ ১১গৰাকী আৰু কংগ্ৰেছৰ তিনিজন নেতা-কৰ্মীক হত্যা কৰা হৈছে। মাওবাদীয়ে বিজেপিৰ নেতা-কৰ্মীসকলক স্পষ্টৰূপত সকীয়নি প্ৰদান কৰিছে যে যদিহে তেওঁলোকে দল ত্যাগ নকৰে তেন্তে তেওঁলোকক হত্যা কৰা হ’ব।

মাওবাদীৰ তৰফৰ পৰা লাভ কৰা ভয়-ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ মাৰ্চ মাহত প্ৰায় ৪৩ গৰাকী বিজেপি নেতা-কৰ্মীক আৰক্ষীৰ তৰফৰ পৰা নিৰাপত্তা প্ৰদান কৰা হৈছিল। শেহতীয়াভাৱে হত্যাৰ বলি হোৱা সুখলু ফৰছা ২০০৪ৰ পৰা ২০০৯ চনলৈ আডবাড়া-বিৰিয়াভূমি গাঁৱৰ প্ৰধান আছিল আৰু ভৈৰমগড়ত বিজেপিৰ কিষাণ মৰ্চাৰ মণ্ডল পৰ্যায়ৰ নেতাৰ দায়িত্বও পালন কৰিছিল।

Tags: BJPChhattisgarhNaxals

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025