• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘বিজেপি এৰক নহ’লে মৰক’, দুজনক হত্যা কৰি বিজেপিৰ নেতা-কৰ্মীক মুকলি প্ৰত্যাহ্বান মাওবাদীৰ

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
‘বিজেপি এৰক নহ’লে মৰক’, দুজনক হত্যা কৰি বিজেপিৰ নেতা-কৰ্মীক মুকলি প্ৰত্যাহ্বান মাওবাদীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে ছত্তীশগড়ৰ বিজাপুৰত দুজন গাঁও প্ৰধানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে মাওবাদীয়ে গাঁও প্ৰধান দুজনক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা অনুসৰি বৃহস্পতিবাৰে পুৱা সুখলু ফৰছা আৰু সুখৰাম অৱলম নামৰ গাঁও প্ৰধান দুজনৰ মৃতদেহ বেলেগ বেলেগ স্থানত উদ্ধাৰ হৈছিল। ফৰছাৰ এগৰাকী কন্যাই কালি নিশা এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ পিতৃক এৰি দিবলৈ কাতৰ অনুৰোধ জনাইছিল। কিন্তু এই ভিডিঅ’ প্ৰকাশ পোৱাৰ এদিন পিছতেই ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

সুখলু ফৰছাৰ মৃতদেহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাওবাদীয়ে প্ৰদান কৰা এখন ভাবুকিভৰা পত্ৰ। পত্ৰখনত স্পষ্টৰূপত উল্লেখ কৰিছে যে তেওঁক কেইবাবাৰো বিজেপিৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব কোৱা হৈছিল কিন্তু তেওঁ এই কথা নুশুনিলে।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে বস্তৰত বিজেপিৰ ১১গৰাকী আৰু কংগ্ৰেছৰ তিনিজন নেতা-কৰ্মীক হত্যা কৰা হৈছে। মাওবাদীয়ে বিজেপিৰ নেতা-কৰ্মীসকলক স্পষ্টৰূপত সকীয়নি প্ৰদান কৰিছে যে যদিহে তেওঁলোকে দল ত্যাগ নকৰে তেন্তে তেওঁলোকক হত্যা কৰা হ’ব।

মাওবাদীৰ তৰফৰ পৰা লাভ কৰা ভয়-ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ মাৰ্চ মাহত প্ৰায় ৪৩ গৰাকী বিজেপি নেতা-কৰ্মীক আৰক্ষীৰ তৰফৰ পৰা নিৰাপত্তা প্ৰদান কৰা হৈছিল। শেহতীয়াভাৱে হত্যাৰ বলি হোৱা সুখলু ফৰছা ২০০৪ৰ পৰা ২০০৯ চনলৈ আডবাড়া-বিৰিয়াভূমি গাঁৱৰ প্ৰধান আছিল আৰু ভৈৰমগড়ত বিজেপিৰ কিষাণ মৰ্চাৰ মণ্ডল পৰ্যায়ৰ নেতাৰ দায়িত্বও পালন কৰিছিল।

Tags: BJPChhattisgarhNaxals

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025