• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 25, 2026
28 °c
Guwahati
26 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজস্থানত শিহৰণকাৰী ঘটনা; এটা পৰিয়ালৰে ৫ জন সদস্যৰ মৃত্যু

Nation NE by Nation NE
October 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজস্থানত শিহৰণকাৰী ঘটনা; এটা পৰিয়ালৰে ৫ জন সদস্যৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ৰাজ্যখনৰ ছীকাৰত এটা পৰিয়ালৰ ৫ জন সদস্যই আত্মহত্যা কৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ উদ্ধাৰ হোৱা ফ্লেটটো বিগত প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

অতি বেদনাদায়ক এই ঘটনাটো ছীকাৰৰ অনিৰুদ্ধ ৰেছিডেন্সিত সংঘটিত হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ পাইছে।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ থকা ফ্লেটটোৰ ভিতৰৰ পৰা যেতিয়া দুৰ্গন্ধ আহিবলৈ ধৰে, তেতিয়াই সমীপবাসীৰ মাজত সন্দেহ ওপজে। ইয়াৰ পিছতে ৰাইজে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তাত উপস্থিত হৈ ফ্লেটটো খুলিবলৈ চেষ্টা কৰে।

ফ্লেটটো খুলি যেতিয়া আৰক্ষীৰ দলটো ভিতৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁলোক হতভম্ব হৈ পৰে। ফ্লেটটোৰ ভিতৰত পাঁচটা মৃতদেহ আছিল। মৃতদেহ কেইটা প্ৰায় গেলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা বুলি জনায়।

আৰক্ষীয়ে ফ্লেটটোৰ ভিতৰৰ পৰা প্ৰায় ১০টা বিহৰ পেকেট উদ্ধাৰ কৰে। ইয়াৰে আঠটা পেকেট আছিল খালী। মৃত লোক কেইজনৰ ভিতৰত আছিল মাতৃ, তিনি পুত্ৰ আৰু এগৰাকী কন্যা।

Tags: RajasthanSikarSuicide

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 23, 2026

শীৰ্ষ সংবাদ

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025