• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, June 5, 2025
28 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘নৰেন্দ্ৰ মোদীৰ বাবে…’, ৰাজনীতি ত্যাগৰ কাহিনী ক’লে অভিনেতা ৰাজপাল যাদৱে

      Nation NE by Nation NE
      June 3, 2025
      in Top News, ক্ৰীড়া
      0 0
      ‘নৰেন্দ্ৰ মোদীৰ বাবে…’, ৰাজনীতি ত্যাগৰ কাহিনী ক’লে অভিনেতা ৰাজপাল যাদৱে
      Share on FacebookShare on TwitterWhatsApp

      ব্যতিক্ৰমী অভিনয় শৈলীৰে জনপ্ৰিয়তা অৰ্জন কৰা বলীউডৰ কমেডী অভিনেতা ৰাজপাল যাদৱে কিয় ৰাজনীতিৰ পৰা আঁতৰি আহি পুনৰ অভিনয়ত মনোনিৱেশ কৰিছিল সেই কথা প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে।

      উল্লেখ্য যে, নিজাকৈ এটা দল সৰ্ব সম্ভৱ পাৰ্টি (এছ এছ পি) আৰম্ভ কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিল অভিনেতাগৰাকীয়ে। অৱশ্যে পিছলৈ তেওঁ ৰাজনীতিৰ পৰা আঁতৰি আহি অভিনয়ত মনোনিৱেশ কৰিছিল।

      শেহতীয়াকৈ ৰাজপাল যাদৱে ৰাজনীতি ত্যাগ সন্দৰ্ভত কয় যে ইয়াৰ কাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

      এটা আগশাৰীৰ সংবাদ সংস্থাৰ সন্মুখত ৰাজপাল যাদৱে কয়, ‘২০১৯ চনত মোদী চাহাবৰ বাবেই ৰাজনীতিৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছিলো। এই ৪-৫ টা বস্তু মোৰ বৰ ভাল লাগিছিল – পানী, হাবি, মাটি, পৰিৱেশ, পাহাৰ। মই উপলব্ধি কৰিলো যে মই যি পৰিৱৰ্তন আনিব বিচাৰো, মোদী ডাঙৰীয়াই কৰিছে।’

      প্ৰধানমন্ত্ৰী মোদী সম্পৰ্কত ৰাজপাল যাদৱে আৰু কয়, ‘তেওঁ সমগ্ৰ দেশ আৰু বিশ্বক এটা বাৰ্তা দিলে যে ভাই কাজিয়া নকৰিব। গতিকে যিবোৰ কাম মই কৰি ভাল পাওঁ, সেই সকলোবোৰ মোদী ডাঙৰীয়াই কৰিলে। মোক আৰু কি লাগে? যদি মই ৰাজনীতি কৰিব লগা হয়, তেন্তে মই অভিনয় সম্পূৰ্ণৰূপে এৰিব লাগিব। দুয়োটাক সময় দিয়াৰ প্ৰয়োজন আৰু দুয়োটা একেলগে আগবঢ়াই নিব নোৱাৰি। সেয়ে মই অনুভৱ কৰো যে মোক কেৱল শিল্পৰ বাবেই সৃষ্টি কৰা হৈছে।’

      উল্লেখ্য যে, ৰাজপাল যাদৱে কেইবাখনো জনপ্ৰিয় হিন্দী ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে।

      Tags: #BollywoodNarendra ModipoliticsRajpal Yadav

      Related Posts

      আপোনাৰো সঘনাই ডিঙিৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণসমূহ…
      Top News

      June 5, 2025
      সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?
      Top News

      সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

      June 5, 2025
      পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?
      Top News

      পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

      June 5, 2025
      ভাৰত-পাকৰ উত্তেজনাৰ মাজতে পাৰমাণৱিক বেলিষ্টিক মিছাইল প্ৰদৰ্শন এই দেশৰ

      ১৩০০ কোটি টকাৰ জালিয়াতিৰে আমেৰিকা আৰক্ষীৰ জালত অসম সন্তান
      Top News

      ১৩০০ কোটি টকাৰ জালিয়াতিৰে আমেৰিকা আৰক্ষীৰ জালত অসম সন্তান

      June 5, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      June 5, 2025

      শীৰ্ষ সংবাদ

      আপোনাৰো সঘনাই ডিঙিৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণসমূহ…

      সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

      পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

      ভাৰত-পাকৰ উত্তেজনাৰ মাজতে পাৰমাণৱিক বেলিষ্টিক মিছাইল প্ৰদৰ্শন এই দেশৰ

      ১৩০০ কোটি টকাৰ জালিয়াতিৰে আমেৰিকা আৰক্ষীৰ জালত অসম সন্তান

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist