• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
21 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪ বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কটাব ৰাকেশ পালে; ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান

Nation NE by Nation NE
July 29, 2024
in Top News, BIG BREAKING, অসম
0 0
১৪ বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কটাব ৰাকেশ পালে; ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান
Share on FacebookShare on TwitterWhatsApp

APSC কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আদালতৰ। বিশেষ ন্যায়ধীশ আদালতে ১৪ বছৰৰ কাৰাদণ্ড বিহিলে ৰাকশ পালক। লগতে, ২ লাখ টকাৰ জৰিমনা বিহিলে ৰাকেশ পালক।

একেদৰে ৰাকেশ পালৰ সহযোগী ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহিলে বিশেষ আদালতে।

একেদৰে, আদালতে দোষী সাব্যস্ত কৰা ২৯ গৰাকী অভিযুক্তক ৪ বছৰৰ কাৰাদণ্ড বিহিলে বিশেষ ন্যায়ধীশ আদালতে। আদালতে দোষী সাব্যস্ত কৰা অন্য ২৯ গৰাকী লোক ক্ৰমে, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুৎ কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুৎ।

APSC ৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ভঙাগড় থানাৰ ১৫৯/১৭ গোচৰত দোষী সাব্যস্ত হৈছিল ৰাকেশ পালসহ ৩২জন লোক। APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰৰ ২২ জুলাইত চূড়ান্ত ৰায়দান দিছিল আদালতে।

উল্লেখ্য যে, ২০১৬ চনৰ ৪ নৱেম্বৰত APSC কাৰ্যালয়ৰ পৰা ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত কেলেংকাৰী গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে দায়িত্বত আছিল ডিব্ৰুগড় জিলাৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বতেই ৰাকেশ পালৰ লগতে কেলংকাৰীৰ সৈতে জড়িত বহুতো ৰাজপত্রিত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই আদালতত বিচাৰধীন হৈ আছিল গোচৰ।

অকল ইমানেই নহয় অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থাকোতে আয়োগৰ বৰঘৰত চাকৰিৰ বজাৰ মেলিছিল ৰাকেশ পাল বাহিনীয়ে। দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালক গ্ৰেপ্তাৰৰ পাছত আয়োগৰ সদস্য-পৰীক্ষাৰ নিয়ন্ত্ৰক গ্ৰেপ্তাৰ হৈছিল ডিব্ৰুগড় আৰক্ষীৰ হাতত। পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী আৰক্ষীয়ে ৰাকেশ পালৰ পৰা চাকৰি ক্ৰয় কৰা ৬০ জন বিষয়া, দালাল, মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছিল।

ইফালে ডিব্ৰুগড় আৰক্ষীৰ হাতত বন্দী হৈ থকাৰ সময়তে পুনৰ এ পি এছ চিৰ অধীনৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত ৰাকেশ পালৰ বিৰুদ্ধে ভঙাগড় থানাত ১৫৯/১৭ নম্বৰত গোচৰ ৰুজু হৈছিল।

Tags: #AssamAPSCAPSC ScamRakesh PalSpecial Court

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025