• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

Nation NE by Nation NE
September 5, 2025
in Top News, অসম
0 0
চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!
Share on FacebookShare on TwitterWhatsApp

চাকৰিৰ নামত এতিয়াও প্ৰৱঞ্চনাৰে একাংশই লুটি আছে ধন। এইবাৰ প্ৰৱঞ্চনাৰ বলি হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে নিজৰ সাঁচতীয়া ধন। উপায়হীন হৈ ৰঙিয়া আৰক্ষী কাষ চাপিছে এইগৰাকী অসহায় যুৱতী।

ঘটনাৰ বিৱৰণ অনুসৰি, প্ৰথমে OLX ত এটা বিজ্ঞাপন পাইছিল ৰঙিয়াৰ এগৰাকী যুৱতী কৃষ্ণা বৰাই। বিজ্ঞাপনত এটা ব্যক্তিগত বেংকৰ নাম উল্লেখ কৰি জনোৱা হৈছিল এটা পদ খালী থকাৰ কথা। সেই পদৰ বাবে যুৱতীগৰাকীয়ে কৰিছিল আবেদন আৰু তাৰ পিছতে প্ৰৱঞ্চনাৰে যুৱতী গৰাকীৰ পৰা কেইজনমান প্ৰৱঞ্চকে অতি কৌশলৰে সৰকালে প্ৰায় ১১ হাজাৰ টকা।

চাকৰি পোৱাৰ আশাত যুৱতী গৰাকীয়ে এই প্ৰৱঞ্চক কেইজনলৈ পঠিয়াইছিল নিজৰ সাঁচতীয়া ধন। কিয়নো Salary Account খোলাৰ নামত বিভিন্ন বাহানা দি অলপ অলপকৈ প্ৰৱঞ্চকে প্ৰায় ১১ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে।

শিলচৰ শাখাৰ পৰা গৌৰৱ শৰ্মা বৰা,  প্ৰাঞ্জল বৰা আদি নাম লৈ যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিছিল প্ৰৱঞ্চকে। যুৱতীগৰাকীৰ অভিযোগমৰ্মে প্ৰৱঞ্চকে পূৰ্বে ফোন কৰা তিনিটাকৈ নম্বৰত বৰ্তমান যুৱতীগৰাকীয়ে ফোন কৰিলে ফোনো নালাগে। আনকি আন নম্বৰৰ পৰা ফোন কৰিলে যুৱতীগৰাকীক ধমক দি প্ৰৱঞ্চকে ‘কিয় দিছিলা পইচা,  ঘূৰাই নোপোৱা!’ বুলি ধমক দিয়াৰো অভিযোগ দিছে যুৱতীগৰাকীয়ে।

অৱশেষত উপায়হীন হৈ যুৱতীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যুৱতীগৰাকীৰ দৰে আৰু আন কোনোৱে যাতে এইদৰে ঠগ-প্ৰৱঞ্চকৰ কৱলত নপৰে তাৰ বাবে আৰক্ষীৰ সহায় বিচাৰে ভুক্তভুগী কৃষ্ণা বৰাই।

Tags: CrimeFraudRangia

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025