• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, August 2, 2025
28 °c
Guwahati
26 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      Nation NE by Nation NE
      August 1, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ
      Share on FacebookShare on TwitterWhatsApp

      ৰাজস্থানত ধাৰাবাহিকভাৱে বাৰিষাৰ বৰষুণৰ বাবে নদী-জান-জুৰি উফন্দি উঠে। ঢোলপুৰ জিলাত হোৱা নেৰানেপেৰা বৰষুণ আৰু কোটা বেৰাজৰ পানী এৰি দিয়াৰ ফলত চাম্বল নদী উফন্দি উঠিছে। ইয়াৰ পিছতো মানুহে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰীল বনাইছে।

      দৰাচলতে ঢোলপুৰৰ চাম্বল নদীৰ জলপৃষ্ঠ ১৪০ মিটাৰৰ ওপৰত হৈছে। চাম্বল নদীৰ ক্ষমতা প্ৰায় ১৩০.৭৯ মিটাৰ। চাম্বল নদীত বানপানীৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে।

      জিলা প্ৰশাসনে চাম্বল নদী অঞ্চলত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে নদীৰ নিম্নভূমি অঞ্চললৈ নাযাবলৈও আহ্বান জনাইছে। ঢোলপুৰ প্ৰশাসনেও বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সেনাবাহিনীক আহ্বান জনাইছে। নদীখনৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে পুৰণি দলং এখন সম্পূৰ্ণৰূপে ডুব গৈছে।

      ৩১ জুলাইত ঢোলপুৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাম্বল নদীত নিৰ্মিত সাগৰপাডা অভাৰব্ৰিজত ৭ জন যুৱকে প্ৰাণ বিপন্ন কৰি ৰীল বনোৱা দেখা গৈছিল। জনশান্তি বিঘ্নিত কৰাৰ অভিযোগত ১৭০ ধাৰাত এই যুৱককেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আটকাধীন যুৱক কেইজন ঢোলপুৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা।

      আটকাধীন যুৱকজন ২২ বছৰীয়া প্ৰদীপ কুশৱাহা, ২১ বছৰীয়া ৰূপকশোৰ কুশৱাহা, ২৬ বছৰীয়া দীনেশ কুশৱাহা, ২৪ বছৰীয়া আৰৱাজ খান, ২৪ বছৰীয়া সাহিল খান, ২২ বছৰীয়া ঢোলপুৰৰ সঞ্জয় গোস্বামী, ২৮ বছৰীয়া হৰিশ চান্দ বুলি চিনাক্ত কৰা হৈছে।

      ঢোলপুৰ চহৰৰ কোটৱালি অঞ্চলৰ অন্তৰ্গত চাম্বল নদীৰ সাগৰপাদা অভাৰব্ৰিজত ৭ জন যুৱকে প্ৰাণ বিপন্ন কৰি ৰীল বনোৱা দেখা গৈছে। জনশান্তি বিঘ্নিত কৰাৰ অভিযোগত ১৭০ ধাৰাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে জিলা প্ৰশাসনে সকলো লোককে নদীৰ তলৰ অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ জাৰি কৰিছে।

      Tags: entertainmentRajasthanREELS

      Related Posts

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত
      Top News

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      August 1, 2025
      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত
      Top News

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      August 1, 2025
      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
      Top News

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      August 1, 2025
      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা
      Top News

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      August 1, 2025
      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…
      Top News

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      August 1, 2025

      শীৰ্ষ সংবাদ

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist