• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 10, 2025
29 °c
Guwahati
30 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

      Nation NE by Nation NE
      May 22, 2025
      in Top News, অসম
      0 0
      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      অসমত পুনৰ সংঘটিত হৈছে এক নাৰকীয় কাণ্ড। জীৱ শ্ৰেষ্ঠ মানৱৰ নৃশংস কাণ্ডই জোকাৰি গৈছে দেশ। অসমৰ দেৰগাঁৱত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এটা ঢেঁকীয়াপতীয়া বাঘক বৃহস্পতিবাৰে একাংশ লোকে নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে।

      প্ৰাপ্ত খবৰ অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ বোকাখাত মহকুমাৰ দুসুতিমুখ গাঁও পঞ্চায়তৰ তিনিঘৰীয়া বিজুলী চুক গাঁৱত ঢেঁকীয়াপতীয়া বাঘ এটাৰ মৃতদেহ উদ্ধাৰ হয়। দুৰ্বৃত্তই বাঘটোৰ শৰীৰৰ কিছু অংশ কাটি নিয়া বুলিও জানিব পৰা গৈছে।

      প্ৰাথমিক তথ্য অনুসৰি একাংশ অস্ত্ৰধাৰী গাঁওবাসীয়ে বাঘটোক ঘেৰি ধৰি আক্ৰমণ কৰে আৰু সেই আক্ৰমণত বাঘটোৰ থিতাতে মৃত্যু হয়। বাঘটোৰ ছাল, কাণ, দাঁত আৰু ভৰিকে ধৰি শৰীৰৰ কিছু অংশ কাটি পেলোৱা হয়।

      অৱশ্যে পিছত বন বিভাগৰ লোকে দণ্ডাধীশৰ উপস্থিতিত বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় লোকে অভিযোগ কৰে যে বাঘটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল আৰু কেইবাটাও পশুধন ভক্ষণ কৰিছিল।

      ইফালে এই নৃশংস ঘটনা সন্দৰ্ভত বিজুলী চুক গাঁৱৰ খগেন দলেৰ ১৬ বছৰীয়া পুত্ৰ পানীকা দলেক আটক কৰিছে দেৰগাঁও আৰক্ষীয়ে। বৰ্তমান বন বিভাগ আৰু দেৰগাঁও আৰক্ষীয়ে কিশোৰজনক সোধা পোছা কৰি আছে।

      কিশোৰজনক আৰক্ষীয়ে আটক কৰি ৰখাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰা স্থানীয় লোকে দেৰগাঁও আৰক্ষী থানা ঘেৰাও কৰা বুলিও খবৰ আহিছে।

      Tags: BokakhatDergaonMobRoyal Bengal Tiger

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      BIG BREAKING

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      July 10, 2025
      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন
      Top News

      প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ সৈতে ভয়ংকৰ কাণ্ড পিতৃৰ

      বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ
      Top News

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ

      July 10, 2025
      ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে
      Top News

      ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

      July 10, 2025

      শীৰ্ষ সংবাদ

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

      প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ সৈতে ভয়ংকৰ কাণ্ড পিতৃৰ

      বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ

      ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist