• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পহিলা আগষ্টৰ পৰা দেশত সলনি হ’ব কেইবাটাও নতুন নিয়ম; জানিবলৈ ক্লিক কৰক?

      Nation NE by Nation NE
      July 29, 2024
      in Top News, অসম, উত্তৰ পূৱ, ৰাষ্ট্ৰীয়
      0 0
      পহিলা আগষ্টৰ পৰা দেশত সলনি হ’ব কেইবাটাও নতুন নিয়ম; জানিবলৈ ক্লিক কৰক?
      Share on FacebookShare on TwitterWhatsApp

      জুলাই মাহ সমাপ্ত হ’বলৈ মাজত মাথে দুটা দিন বাকী। পহিলা আগষ্টৰ পৰা দেশজুৰি সলনি হ’ব কেইবাটাও নিয়ম। সলনি হোৱা নিয়ম সন্দৰ্ভত দেশৰ জনতাৰ ওপৰত পৰিব প্ৰভাৱ। ঘৰুৱা চিলিণ্ডাৰ, ক্ৰেডিট কাৰ্ড আদি ক্ষেত্ৰত পৰিব প্ৰভাৱ।

      জানো আহক কি কি ক্ষেত্ৰত প্ৰভাৱ পৰিব দেশৰ জনতাৰ ওপৰত

      সলনি হ’ব এলপিজি চিলিণ্ডাৰৰ দাম

      প্ৰতিটো মাহৰ আৰম্ভণিতে এলপিজি চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হয়। জুলাই মাহতো চৰকাৰে ১৯ কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন কৰিছিল। এইক্ষেত্ৰত আগষ্ট মাহতো চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

      ১৩ দিন বন্ধ থাকিব বেংক

      ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি, আগষ্টত মুঠ ১৩ দিন বেংক বন্ধ থাকিব। এনে পৰিস্থিতিত যদি বেংক সম্পৰ্কীয় আপোনাৰ কাম থাকে তেন্তে বেংকলৈ যোৱাৰ পূৰ্বে বেংকৰ বন্ধৰ তালিকাখন চাই ল’ব।

      আইটিআৰ দাখিল কৰাৰ বাবে জৰিমনা

      আপুনি ৩১ জুলাই ২০২৪ৰ ভিতৰত আপোনাৰ আয়কৰ ৰিটাৰ্ণ দাখিল নকৰে তেন্তে আপুনি জৰিমনা ভৰিব লাগিব। ৩১ ডিচেম্বৰ ২০২৪ৰ ভিতৰত বিলম্বিত ৰিটাৰ্ণ দাখিল কৰাৰ সুযোগ প্ৰদান কৰা হ’ব।

      অৱশ্যে, আপুনি আপোনাৰ উপাৰ্জন অনুসৰি বিলম্বিত আইটিআৰ দাখিলৰ ওপৰত জৰিমনা পৰিশোধ কৰিব লাগিব। যদি আপোনাৰ উপাৰ্জন ৫ লাখ টকা হয় তেন্তে ১০০০ টকা জৰিমনা আৰু যদি উপাৰ্জন ৫ লাখ টকাতকৈ অধিক হয় তেন্তে আইটিআৰ পলমকৈ দাখিল কৰাৰ বাবে জৰিমনা ৫,০০০ টকালৈ হ’ব।

      গুগল মেপত পৰিৱৰ্তন

      গুগল মেপে ভাৰতত এটা ডাঙৰ পৰিৱৰ্তন আনিছে। ১ আগষ্টৰ পৰা কোম্পানীটোৱে ইয়াৰ সেৱা মাচুল ৭০% হ্ৰাস কৰিছে যাতে অধিকসংখ্যক অংশীদাৰে যোগদান কৰিব পাৰে। সাধাৰণ ব্যৱহাৰকাৰীসকলে কোনো নতুন মাচুল পৰিশোধ কৰিব নালাগে। এই নিয়মৰ বাবে গুগল মেপৰ দৈনিক ব্যৱহাৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

      এইচ.ডি.এফ.চি. বেংকৰ ক্ৰেডিট কাৰ্ডত অতিৰিক্ত মাচুল

      এইচডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ডৰ নিয়ম আগষ্টৰ পৰা সলনি হ’ব। ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ৫,০০০ টকাতকৈ অধিক মূল্যত পেট্ৰ’ল-ডিজেল ভৰালে ১% মাচুল পেনাল্টি লগোৱা হ’ব।

      আনহাতে, ৫০,০০০ টকাৰ অধিক বিল পৰিশোধ কৰাৰ বাবে ১% মাচুল লোৱা হ’ব। বেংকে পলমকৈ পৰিশোধ আৰু সহজ ইএমআইৰ বাবে মাচুল বৃদ্ধি কৰিছে। অতিৰিক্ত মাচুল প্ৰতিবাৰেই ৩০০০ টকাৰ অধিক নহ’ব।

      Related Posts

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…
      Top News

      June 8, 2025
      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      June 8, 2025
      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ
      Top News

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      June 8, 2025
      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা
      Top News

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      June 8, 2025
      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      শীৰ্ষ সংবাদ

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…

      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist