• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পহিলা আগষ্টৰ পৰা দেশত সলনি হ’ব কেইবাটাও নতুন নিয়ম; জানিবলৈ ক্লিক কৰক?

Nation NE by Nation NE
July 29, 2024
in Top News, অসম, উত্তৰ পূৱ, ৰাষ্ট্ৰীয়
0 0
পহিলা আগষ্টৰ পৰা দেশত সলনি হ’ব কেইবাটাও নতুন নিয়ম; জানিবলৈ ক্লিক কৰক?
Share on FacebookShare on TwitterWhatsApp

জুলাই মাহ সমাপ্ত হ’বলৈ মাজত মাথে দুটা দিন বাকী। পহিলা আগষ্টৰ পৰা দেশজুৰি সলনি হ’ব কেইবাটাও নিয়ম। সলনি হোৱা নিয়ম সন্দৰ্ভত দেশৰ জনতাৰ ওপৰত পৰিব প্ৰভাৱ। ঘৰুৱা চিলিণ্ডাৰ, ক্ৰেডিট কাৰ্ড আদি ক্ষেত্ৰত পৰিব প্ৰভাৱ।

জানো আহক কি কি ক্ষেত্ৰত প্ৰভাৱ পৰিব দেশৰ জনতাৰ ওপৰত

সলনি হ’ব এলপিজি চিলিণ্ডাৰৰ দাম

প্ৰতিটো মাহৰ আৰম্ভণিতে এলপিজি চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হয়। জুলাই মাহতো চৰকাৰে ১৯ কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন কৰিছিল। এইক্ষেত্ৰত আগষ্ট মাহতো চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

১৩ দিন বন্ধ থাকিব বেংক

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি, আগষ্টত মুঠ ১৩ দিন বেংক বন্ধ থাকিব। এনে পৰিস্থিতিত যদি বেংক সম্পৰ্কীয় আপোনাৰ কাম থাকে তেন্তে বেংকলৈ যোৱাৰ পূৰ্বে বেংকৰ বন্ধৰ তালিকাখন চাই ল’ব।

আইটিআৰ দাখিল কৰাৰ বাবে জৰিমনা

আপুনি ৩১ জুলাই ২০২৪ৰ ভিতৰত আপোনাৰ আয়কৰ ৰিটাৰ্ণ দাখিল নকৰে তেন্তে আপুনি জৰিমনা ভৰিব লাগিব। ৩১ ডিচেম্বৰ ২০২৪ৰ ভিতৰত বিলম্বিত ৰিটাৰ্ণ দাখিল কৰাৰ সুযোগ প্ৰদান কৰা হ’ব।

অৱশ্যে, আপুনি আপোনাৰ উপাৰ্জন অনুসৰি বিলম্বিত আইটিআৰ দাখিলৰ ওপৰত জৰিমনা পৰিশোধ কৰিব লাগিব। যদি আপোনাৰ উপাৰ্জন ৫ লাখ টকা হয় তেন্তে ১০০০ টকা জৰিমনা আৰু যদি উপাৰ্জন ৫ লাখ টকাতকৈ অধিক হয় তেন্তে আইটিআৰ পলমকৈ দাখিল কৰাৰ বাবে জৰিমনা ৫,০০০ টকালৈ হ’ব।

গুগল মেপত পৰিৱৰ্তন

গুগল মেপে ভাৰতত এটা ডাঙৰ পৰিৱৰ্তন আনিছে। ১ আগষ্টৰ পৰা কোম্পানীটোৱে ইয়াৰ সেৱা মাচুল ৭০% হ্ৰাস কৰিছে যাতে অধিকসংখ্যক অংশীদাৰে যোগদান কৰিব পাৰে। সাধাৰণ ব্যৱহাৰকাৰীসকলে কোনো নতুন মাচুল পৰিশোধ কৰিব নালাগে। এই নিয়মৰ বাবে গুগল মেপৰ দৈনিক ব্যৱহাৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

এইচ.ডি.এফ.চি. বেংকৰ ক্ৰেডিট কাৰ্ডত অতিৰিক্ত মাচুল

এইচডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ডৰ নিয়ম আগষ্টৰ পৰা সলনি হ’ব। ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ৫,০০০ টকাতকৈ অধিক মূল্যত পেট্ৰ’ল-ডিজেল ভৰালে ১% মাচুল পেনাল্টি লগোৱা হ’ব।

আনহাতে, ৫০,০০০ টকাৰ অধিক বিল পৰিশোধ কৰাৰ বাবে ১% মাচুল লোৱা হ’ব। বেংকে পলমকৈ পৰিশোধ আৰু সহজ ইএমআইৰ বাবে মাচুল বৃদ্ধি কৰিছে। অতিৰিক্ত মাচুল প্ৰতিবাৰেই ৩০০০ টকাৰ অধিক নহ’ব।

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025