• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমানে ৪বাৰকৈ বিবাহ-পাশত আৱদ্ধ হোৱাত নিষেধাজ্ঞা!

Nation NE by Nation NE
December 25, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৬০ বছৰীয়া দৰা আৰু ২০ বছৰীয়া কইনা, ছ’চিয়েল মিডিয়াত এটি ভিডিঅ’ই সৃষ্টি কৰিছে খলকনিৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৰ্তমান ৰাছিয়াত মুছলমানলোকৰ মাজত বহুবিবাহৰ বিষয়টো এক চৰ্চিত বিষয় হৈ পৰিছে। ইয়াৰ সৰ্ববৃহৎ মুছলমান সংগঠনটোৱে মুছলমানক একাধিক পত্নী ৰখাৰ ফতোৱা প্ৰত্যাহাৰ কৰিছে।

ৰাছিয়াৰ প্ৰচিকিউটৰ জেনেৰেলৰ কাৰ্যালয়ে ১৭ ডিচেম্বৰত ৰাছিয়াৰ মুছলমানসকলৰ ধৰ্মীয় সংগঠনৰ বিশেষজ্ঞৰ পৰিষদ ‘কাউন্সিল অৱ স্কোলাৰছ অৱ স্পিৰিচুৱেল এডমিনিষ্ট্ৰেচন অৱ মুছলিমছ অৱ ৰাছিয়া’ (ডি ইউ এম)ৰ দ্বাৰা জাৰি কৰা নথিখনক বৈধ বুলি গণ্য কৰিছে।

মুছলমান সংগঠনটোৱে মুছলমানসকলক এই চৰ্তত চাৰিগৰাকী পত্নীৰ অনুমতি দিছিল, যদিহে তেওঁলোকে ধৰ্মীয়ভাৱে বিবাহত আৱদ্ধ হয় আৰু প্ৰতিগৰাকী পত্নীক জীয়াই থাকিবলৈ সমান স্থান প্ৰদান কৰে। পিছলৈ এই চৰ্ত প্ৰত্যাহাৰ কৰা ফতোৱাত মুছলমান পুৰুষক তেওঁলোকৰ সকলো পত্নীকে “সমান সময়” দিবলৈ অনুৰোধ কৰা হৈছে।

ৰাছিয়াৰ মুছলমান সংগঠনসমূহে ৰাষ্ট্ৰপতি পুটিনৰ ভয়ত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে। মুছলমানসকলে এগৰাকীতকৈ অধিক পত্নী ৰখাটো হৈছে ৰাছিয়াৰ বিবাহ সম্পৰ্কীয় আইন উলংঘা কৰা। ইয়াৰ পূৰ্বে ৩ জুলাইত ৰাছিয়াত বোৰ্খাও নিষিদ্ধ কৰা হৈছিল। ৰাছিয়াৰ ডাগেস্তানত গীৰ্জাক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হোৱাৰ পিছতেই বোৰ্খা নিষিদ্ধ কৰা হয়। এই আক্ৰমণত ২২ জন লোকৰ মৃত্যু হয়।

ইফালে ৰাছিয়াত বহুবিবাহৰ অনুমতি দিয়াৰ সন্দৰ্ভত ৰাছিয়াৰ এগৰাকী বিষয়াই কয় যে, ৰাছিয়াৰ আইনত ধৰ্মীয় বিবাহৰ অনুমতি নাই। ৰাছিয়াৰ ১০ শতাংশ জনসংখ্যাহে মুছলমান। বহু ক্ষেত্ৰত তেওঁলোকৰ সংখ্যা অধিক। ৰাছিয়াৰ যিবোৰ অঞ্চলত মুছলমান জনসংখ্যা অধিক, সেইবোৰৰ ভিতৰত চেচেনিয়া, দাগেস্তান আৰু ইংগুছেটিয়া অন্যতম।

উল্লেখ্য যে, ইছলামত বহুবিবাহৰ অনুমতি আছে। শ্বৰীয়ত আইন অনুসৰি, এগৰাকী মুছলমান ব্যক্তিয়ে ৪বাৰ বিবাহ-পাশত আৱদ্ধ হব পাৰে। কিন্তু ইয়াৰ বাবে ইছলামত বহু চৰ্ত নিৰ্ধাৰণ কৰা হৈছে। চৰ্ত হ’ল ৪বাৰকৈ বিবাহ কৰা ব্যক্তিগৰাকীয়ে চাৰিওগৰাকী পত্নীৰ সৈতে ন্যায় কৰা উচিত। চাৰিওগৰাকীকে সমান বুলি ধৰিব লাগিব।

Tags: marriagemuslimRussia

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025