• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 13, 2025
19 °c
Guwahati
19 ° Tue
19 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

    ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

    অসমৰ ক্ৰীড়ানুৰাগীৰ বাবে সুখবৰ; BCCI সৰ্বোচ্চ পদত দেৱজিৎ লন শইকীয়া

    BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

    দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

    দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

    মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড

    মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো আপোনাৰ বাবে শুভনে? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; আজিৰ পৰা হোটেল-ৰেষ্টুৰেণ্টত নিষিদ্ধ হ’ল এই মাংস

    আজি নিশা ১২ বজাৰ ভিতৰত ৰায় দিলেহে হ’ব পঞ্চায়ত নিৰ্বাচন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

    গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

    শীঘ্ৰে ৪৫০০ পদৰ বাবে নিযুক্তি ৰাজ্য চৰকাৰৰ

    শীঘ্ৰে ৪৫০০ পদৰ বাবে নিযুক্তি ৰাজ্য চৰকাৰৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      যুদ্ধ শেষ কৰিবলৈ সাজু ইউক্ৰেইন! বিজয় পৰিকল্পনা উপস্থাপন কৰিব জেলেনস্কিয়ে

      Nation NE by Nation NE
      August 28, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      যুদ্ধ শেষ কৰিবলৈ সাজু ইউক্ৰেইন! বিজয় পৰিকল্পনা উপস্থাপন কৰিব জেলেনস্কিয়ে
      Share on FacebookShare on TwitterWhatsApp

      ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ওচৰত এটা পৰিকল্পনা উপস্থাপন কৰিব। এই পৰিকল্পনাৰ উদ্দেশ্য হৈছে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ পৰিসমাপ্তি।

      এই পৰিকল্পনাটো ছেপ্টেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়ত উপস্থাপন কৰা হ’ব। জেলেনস্কিৰ এই পৰিকল্পনাক ৰাছিয়া-ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিসমাপ্তি হ’ব বুলি বিশ্বাস কৰিছে বহুতে। এই ক্ষেত্ৰত আমেৰিকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

      ভলোডিমিৰ জেলেনস্কিয়ে যুদ্ধৰ সমাপ্তিৰ বাবে কেইবাটাও পৰ্যায়ৰ পৰিকল্পনা কৰিছে। দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত কেইবাটাও স্তৰৰ আলোচনা হৈছিল যদিও এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা নাই কোনো এখন দেশেই। এনে পৰিস্থিতিত, জেলেনস্কিৰ এই পদক্ষেপক নিৰ্ণায়ক বুলি গণ্য কৰিব পাৰি।

      জেলেনস্কিৰ কি পৰিকল্পনা:

      সামৰিক পদক্ষেপ: এই পৰিকল্পনাৰ প্ৰথম অংশ হৈছে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত শেহতীয়া সামৰিক পদক্ষেপ। জেলেনস্কিয়ে বিশ্বাস কৰে যে, এই কাৰ্যই উক্ৰেইনৰ বিজয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

      গোলকীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভূমিকা: দ্বিতীয় অংশত, জেলেনস্কিয়ে কৈছে যে, বিশ্বব্যাপী নিৰাপত্তা স্থাপত্যত ইউক্ৰেইনৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য মিত্ৰশক্তিৰ সৈতে একেলগে এই ভূমিকা আৰু অধিক শক্তিশালী কৰিব বিচাৰে।

      কূটনৈতিক চাপ: তৃতীয় অংশটো হ’ল ৰাছিয়াৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰি তেওঁলোকক যুদ্ধ সমাপ্ত কৰিবলৈ বাধ্য কৰাৰ বাবে এক শক্তিশালী পেকেজ সৃষ্টি কৰা।

      অৰ্থনৈতিক পদক্ষেপ: অন্তিম অংশটো হৈছে অৰ্থনৈতিক পদক্ষেপ, য’ত জেলেনস্কিয়ে কৈছে যে, এই পৰিকল্পনাৰ সমাপ্তি আলোচনাৰ জৰিয়তে হ’ব, কিন্তু ইয়াৰ বাবে কিয়েভ এক শক্তিশালী স্থিতিত থাকিব লাগিব।

      Tags: InternationalRussiaUkraineWar

      Related Posts

      ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা
      Top News

      ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

      January 13, 2025
      অসমৰ ক্ৰীড়ানুৰাগীৰ বাবে সুখবৰ; BCCI সৰ্বোচ্চ পদত দেৱজিৎ লন শইকীয়া
      Top News

      BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

      January 12, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

      January 12, 2025
      ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; দলত সুযেোগ নাপালে এই কেইগৰাকী তাৰকাই
      Top News

      ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; দলত সুযেোগ নাপালে এই কেইগৰাকী তাৰকাই

      January 11, 2025
      দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল
      Top News

      দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

      January 11, 2025
      মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড
      Top News

      মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড

      January 11, 2025

      শীৰ্ষ সংবাদ

      ভোগালী বিহুৰ ইতিহাস তথা পৰম্পৰা

      BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

      ৰাশিফল; এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো হ’ব শুভ

      ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; দলত সুযেোগ নাপালে এই কেইগৰাকী তাৰকাই

      দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

      মহানগৰীৰ ভেটাপাৰাত মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -

        No Result
        View All Result
        • অসম
        • উত্তৰ পূৱ
        • ৰাষ্ট্ৰীয়
        • আন্তঃ ৰাষ্ট্ৰীয়
        • বিনোদন
        • ক্ৰীড়া
        • ভিডিও

        © 2024 | Created and maintained by - Provibe Media LLP