• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

Nation NE by Nation NE
September 3, 2025
in Top News, BIG BREAKING, অসম, ৰাজনীতি
0 0
অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ
Share on FacebookShare on TwitterWhatsApp

অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই দল ত্যাগ কৰিছে। ২০১৬ চনত কমলপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা সত্যব্ৰত কলিতাই সকলো দায়িত্বৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে।

আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত সত্যব্ৰত কলিতাই কয়, ‘মই অসম গণ পৰিষদৰ প্ৰাথমিক সদস্য আৰু সাধাৰণ সম্পাদককে ধৰি মোৰ ওপৰত ন্যস্ত সমূহ দায়িত্বৰ পৰা পদত্যাগ কৰিলো।’

পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পিছতে নেশ্যন এনইৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত অগপৰ প্ৰাক্তন নেতাগৰাকীয়ে কয়, ‘বহুদিনীয়া ক্ষোভ-বিক্ষোভ মনৰ মাজত আছিল। অসম গণ পৰিষদ দলৰ সমূহ নেতা-কৰ্মীৰ ওচৰত ক্ষমা বিচাৰিছো।’

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপ দলে শক্তিশালী স্থিতি গ্ৰহণ নকৰা কাৰ্যত ক্ষুণ্ণ হৈ সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰা বুলি আওপকীয়াকৈ মন্তব্য কৰে।

আঞ্চলিকতাবাদ সুৰক্ষিত কৰাটো আমাৰ প্ৰধান দায়িত্ব হ’ব লাগে যদিও বৰ্তমান অতুল বৰাৰ নেতৃত্বাধীন অগপ দলটো ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠনলৈ পৰিণত হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভ নকৰাৰ পিছৰে পৰা অগপৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিসম্বাদ আৰম্ভ হৈছিল সত্যব্ৰত কলিতাৰ।

Tags: AGPAtul BoraSatyabrat Kalita

Related Posts

ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025
আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

October 21, 2025

শীৰ্ষ সংবাদ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025