• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০২খন মুছলমান দেশলৈ ৰমজানৰ উপহাৰ প্ৰেৰণৰ বাবে সাজু ছৌদি আৰব

Nation NE by Nation NE
February 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১০২খন মুছলমান দেশলৈ ৰমজানৰ উপহাৰ প্ৰেৰণৰ বাবে সাজু ছৌদি আৰব
Share on FacebookShare on TwitterWhatsApp

মাৰ্চৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহ। ইয়াকে লৈ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকে প্ৰস্তুতি আৰম্ভ কৰিছে। ছৌদি আৰৱক ইছলামৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। প্ৰত্যেক বছৰে চৰকাৰে ৰমজান উপলক্ষে বহু দেশক জাকাত (দাতব্য) দিয়ে, ইয়াৰ লগতে সমগ্ৰ বিশ্বতে ছৌদি আৰৱৰ পৰা উপহাৰও প্ৰেৰণ কৰা হয়।

প্ৰতি বছৰৰ পৰম্পৰা অব্যাহত ৰাখি এইবাৰো ছৌদি ৰজা ছলমানে আগন্তুক ৰমজানত ১০২খন দেশত খেজুৰ বিতৰণৰ কাৰ্যসূচীত অনুমোদন জনাইছে। এইবাৰ বিগত বৰ্ষৰ তুলনাত প্ৰায় ৭০০ টন খেজুৰ আন দেশলৈ প্ৰেৰণ কৰা হ’ব। এই কাৰ্যসূচী ছৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত আছে।

ৰজা ছলমানৰ হৈ ছৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰমজানৰ সময়ছোৱাত সমগ্ৰ বিশ্বৰ মুছলমানসকলক অবিৰত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ ইছলামিক মূল্যবোধৰ প্ৰসাৰ, ঘৃণা আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰালয়ে খেজুৰ চালানৰ বাবে সকলো লজিষ্টিক প্ৰস্তুতি চূড়ান্ত কৰিছে আৰু ইয়াক ধৰ্মীয় বাৰ্তাৰে ছৌদি দূতাবাস, ইছলামিক কেন্দ্ৰ আৰু বিশ্বৰ সংগঠনসমূহলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, খেজুৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰী হোৱাৰ লগতে ইছলাম ধৰ্মত ইয়াৰ বিশেষ গুৰুত্ব আছে। ৰমজানত ৰোজাৰ সময়ত মুছলমানসকলে খেজুৰেৰে ইফতাৰ ভাঙে আৰু ইয়াক চুন্নাহ বুলি কোৱা হয়।

উপসাগৰীয় দেশসমূহত বৃহৎ পৰিমাণে খেজুৰ উৎপাদন কৰা হয়। ইজিপ্ত বিশ্বৰ সৰ্বাধিক খেজুৰ উৎপাদনকাৰী দেশ, তাৰ পিছতে আছে ছৌদি আৰব, আলজেৰিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহী। ছৌদি আৰৱৰ মদিনা অঞ্চলৰ পৰা অহা আজৱা খেজুৰক সৰ্বোত্তম খেজুৰ বুলি গণ্য কৰা হয় আৰু ভাৰতীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কেজিত ২ হাজাৰ টকা পৰ্যন্ত।

Tags: DATESRAMADANSaudi Arabia

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025