• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০২খন মুছলমান দেশলৈ ৰমজানৰ উপহাৰ প্ৰেৰণৰ বাবে সাজু ছৌদি আৰব

Nation NE by Nation NE
February 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১০২খন মুছলমান দেশলৈ ৰমজানৰ উপহাৰ প্ৰেৰণৰ বাবে সাজু ছৌদি আৰব
Share on FacebookShare on TwitterWhatsApp

মাৰ্চৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহ। ইয়াকে লৈ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকে প্ৰস্তুতি আৰম্ভ কৰিছে। ছৌদি আৰৱক ইছলামৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। প্ৰত্যেক বছৰে চৰকাৰে ৰমজান উপলক্ষে বহু দেশক জাকাত (দাতব্য) দিয়ে, ইয়াৰ লগতে সমগ্ৰ বিশ্বতে ছৌদি আৰৱৰ পৰা উপহাৰও প্ৰেৰণ কৰা হয়।

প্ৰতি বছৰৰ পৰম্পৰা অব্যাহত ৰাখি এইবাৰো ছৌদি ৰজা ছলমানে আগন্তুক ৰমজানত ১০২খন দেশত খেজুৰ বিতৰণৰ কাৰ্যসূচীত অনুমোদন জনাইছে। এইবাৰ বিগত বৰ্ষৰ তুলনাত প্ৰায় ৭০০ টন খেজুৰ আন দেশলৈ প্ৰেৰণ কৰা হ’ব। এই কাৰ্যসূচী ছৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত আছে।

ৰজা ছলমানৰ হৈ ছৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰমজানৰ সময়ছোৱাত সমগ্ৰ বিশ্বৰ মুছলমানসকলক অবিৰত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ ইছলামিক মূল্যবোধৰ প্ৰসাৰ, ঘৃণা আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰালয়ে খেজুৰ চালানৰ বাবে সকলো লজিষ্টিক প্ৰস্তুতি চূড়ান্ত কৰিছে আৰু ইয়াক ধৰ্মীয় বাৰ্তাৰে ছৌদি দূতাবাস, ইছলামিক কেন্দ্ৰ আৰু বিশ্বৰ সংগঠনসমূহলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, খেজুৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰী হোৱাৰ লগতে ইছলাম ধৰ্মত ইয়াৰ বিশেষ গুৰুত্ব আছে। ৰমজানত ৰোজাৰ সময়ত মুছলমানসকলে খেজুৰেৰে ইফতাৰ ভাঙে আৰু ইয়াক চুন্নাহ বুলি কোৱা হয়।

উপসাগৰীয় দেশসমূহত বৃহৎ পৰিমাণে খেজুৰ উৎপাদন কৰা হয়। ইজিপ্ত বিশ্বৰ সৰ্বাধিক খেজুৰ উৎপাদনকাৰী দেশ, তাৰ পিছতে আছে ছৌদি আৰব, আলজেৰিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহী। ছৌদি আৰৱৰ মদিনা অঞ্চলৰ পৰা অহা আজৱা খেজুৰক সৰ্বোত্তম খেজুৰ বুলি গণ্য কৰা হয় আৰু ভাৰতীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কেজিত ২ হাজাৰ টকা পৰ্যন্ত।

Tags: DATESRAMADANSaudi Arabia

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025