• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৬ অক্টোবৰলৈ পাকিস্তানত লকডাউন! স্কুল-কলেজ বন্ধ, বিয়া-সবাহতো নিষেধাজ্ঞা

Nation NE by Nation NE
October 14, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৬ অক্টোবৰলৈ পাকিস্তানত লকডাউন! স্কুল-কলেজ বন্ধ, বিয়া-সবাহতো নিষেধাজ্ঞা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া  চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বাবে চৰকাৰে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত অহা ১২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ লকডাউন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিন কেইটাত বিবাহ হল, কেফে, ৰেষ্টুৰেণ্ট, স্নুকাৰ ক্লাব বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

পাকিস্তান আৰক্ষী প্ৰশাসনে ইছলামাবাদ আৰু ৰাৱালপিণ্ডিৰ বিবাহ হল, কেফে, ৰেষ্টুৰেণ্ট আৰু স্নুকাৰ ক্লাবসমূহ অহা ১২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বন্ধ কৰাৰ নিৰ্দেশ দি ৰাৱালপিণ্ডি আৰু ইছলামাবাদৰ ব্যৱসায়ী, হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিকসকললৈ এই নিৰ্দেশ উলংঘা নকৰিবলৈ সকীয়াই দিয়ে। যদিহে কোনো লোকে এই নিৰ্দেশনা উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

অহা ১৬ আৰু ১৭ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ বাবে নিৰাপত্তাৰ দোহাৰি দি কোৱা হৈছে যে এই সময়ছোৱাত কোনো ৰাজহুৱা অনুষ্ঠান, বিবাহ অনুষ্ঠান বা কোনো দল বা আন ৰাজহুৱা অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।

ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে চীনৰ প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিবলগীয়া এছ চি অ’ সন্মিলনৰ নিৰাপত্তাৰ বাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয়।

সেনাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি পাকিস্তান চৰকাৰে নিৰাপত্তাৰ দায়িত্ব সেনাক অৰ্পণ কৰিছে। স্থানীয় আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীক পোনপটীয়াকৈ সামৰিক কৰ্তৃপক্ষৰ অধীনত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ ১০ হাজাৰৰো অধিক জোৱান আৰু কমাণ্ডো মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে সন্মিলনৰ এই চাৰিটা দিনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তেহৰিক-ই-ইনছাফ দলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Tags: LockdownPakistanSCO Summit

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025