• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৬ অক্টোবৰলৈ পাকিস্তানত লকডাউন! স্কুল-কলেজ বন্ধ, বিয়া-সবাহতো নিষেধাজ্ঞা

Nation NE by Nation NE
October 14, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৬ অক্টোবৰলৈ পাকিস্তানত লকডাউন! স্কুল-কলেজ বন্ধ, বিয়া-সবাহতো নিষেধাজ্ঞা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া  চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বাবে চৰকাৰে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত অহা ১২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ লকডাউন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিন কেইটাত বিবাহ হল, কেফে, ৰেষ্টুৰেণ্ট, স্নুকাৰ ক্লাব বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

পাকিস্তান আৰক্ষী প্ৰশাসনে ইছলামাবাদ আৰু ৰাৱালপিণ্ডিৰ বিবাহ হল, কেফে, ৰেষ্টুৰেণ্ট আৰু স্নুকাৰ ক্লাবসমূহ অহা ১২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বন্ধ কৰাৰ নিৰ্দেশ দি ৰাৱালপিণ্ডি আৰু ইছলামাবাদৰ ব্যৱসায়ী, হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিকসকললৈ এই নিৰ্দেশ উলংঘা নকৰিবলৈ সকীয়াই দিয়ে। যদিহে কোনো লোকে এই নিৰ্দেশনা উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

অহা ১৬ আৰু ১৭ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ বাবে নিৰাপত্তাৰ দোহাৰি দি কোৱা হৈছে যে এই সময়ছোৱাত কোনো ৰাজহুৱা অনুষ্ঠান, বিবাহ অনুষ্ঠান বা কোনো দল বা আন ৰাজহুৱা অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।

ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে চীনৰ প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিবলগীয়া এছ চি অ’ সন্মিলনৰ নিৰাপত্তাৰ বাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয়।

সেনাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি পাকিস্তান চৰকাৰে নিৰাপত্তাৰ দায়িত্ব সেনাক অৰ্পণ কৰিছে। স্থানীয় আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীক পোনপটীয়াকৈ সামৰিক কৰ্তৃপক্ষৰ অধীনত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ ১০ হাজাৰৰো অধিক জোৱান আৰু কমাণ্ডো মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে সন্মিলনৰ এই চাৰিটা দিনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তেহৰিক-ই-ইনছাফ দলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Tags: LockdownPakistanSCO Summit

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025