• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 10, 2025
33 °c
Guwahati
33 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…

    শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, কেনেকৈ চিনাক্ত কৰিব পাৰিব আপুনি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

    অসমৰ ২০খন জিলাত হ’ব মকড্ৰিল? কোকৰাঝাৰ, ধুবুৰী, দৰং, ৰঙিয়া…….জানক সবিশেষ

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      এটা ৰে’ল ষ্টেচনৰ ছাদে কাঢ়ি লৈ গ’ল প্ৰধানমন্ত্ৰীৰ চকী

      Nation NE by Nation NE
      January 29, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      এটা ৰে’ল ষ্টেচনৰ ছাদে কাঢ়ি লৈ গ’ল প্ৰধানমন্ত্ৰীৰ চকী
      Share on FacebookShare on TwitterWhatsApp

      ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত ছাৰ্বিয়াৰ নৱী নামৰ চহৰৰ এটা ৰে’ল ষ্টেচনত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ১৫ জন লোকৰ। এই ভয়ংকৰ ঘটনাৰ পিছৰে পৰা দেশখনত আৰম্ভ হয় ভয়ংকৰ প্ৰতিবাদ।

      ৰে’ল ষ্টেচনৰ ছাদ ভাঙি পৰাৰ ফলত সংঘটিত এই শোকাৱহ ঘটনাটোৰ পিছতে ক্ষুব্ধ হৈ পৰে দেশবাসী। দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাজপথলৈ ওলাই আহে ছাত্ৰ সমাজ। এই প্ৰতিবাদক পূৰ্ণ সমৰ্থন আগবঢ়াই শিক্ষক সমাজেও।

      দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাজপথলৈ ওলাই অহা হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীৰ এটাই দাবী- ঘটনাৰ স্বচ্ছ তদন্ত হ’ব লাগিব আৰু দোষী কাঠগড়ালৈ আহিবই লাগিব।

      ৰে’ল ষ্টেচন নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ৰেল ষ্টেচনটো দুবাৰকৈ পুনঃনিৰ্মাণ কৰা হৈছিল। এই কামটো কৰিছিল চীনৰ এটা চৰকাৰী কোম্পানীয়ে।

      প্ৰতিবাদৰ অভিনৱ পন্থা অৱলম্বন কৰি প্ৰতিবাদকাৰীয়ে প্ৰতিদিনে পুৱা ১১:৫২ বজাত ছাৰ্বিয়াৰ পথ ১৫ মিনিটৰ বাবে অৱৰোধ কৰে। এই সময়ছোৱাত স্তব্ধ হৈ পৰে যান-বাহনৰ চলাচল।

      চৰকাৰৰ দুৰ্নীতিৰ বাবে ৰে’ল ষ্টেচনৰ ছাদ ভাঙি পৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু নৱীৰ মেয়ৰক দোষাৰোপ কৰি পদত্যাগৰ দাবী উত্থাপন কৰে।

      এই ঘটনাৰ প্ৰতিবাদত শ-শ লোকে ৰঙা গ্ল’ভছ পিন্ধি ম’বাইল ফোনৰ ফ্লেছ লাইট জ্বলাই ৰাজপথলৈ ওলাই আহে। বেলগ্ৰেড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভ কৰা এই প্ৰতিবাদ ক্ৰমান্বয়ে সাধাৰণ জনতাৰ মাজতো বিয়পি পৰে।

      প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ছাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী মিলোছ বুচেভিকে মঙলবাৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ পদত্যাগৰ উদ্দেশ্য হৈছে ছাৰ্বিয়াত উত্তেজনা হ্ৰাস কৰা। তদুপৰি তেওঁ সকলোকে শান্তি বজাই ৰাখিবলৈও আহ্বান জনায়।

      উল্লেখ্য যে, দুৰ্নীতিৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকৰ ওচৰত সেও মানি এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰা ঘটনাই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে ভাৰতবৰ্ষৰ বাসিন্দাৰ বাবে এই খবৰ যথেষ্ট আশ্বৰ্যকৰ।

      Tags: Milos VucevicNationwide ProtestSerbia

      Related Posts

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      May 10, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      May 9, 2025
      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Top News

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      May 9, 2025
      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      May 9, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      May 9, 2025
      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?
      Top News

      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      May 8, 2025

      শীৰ্ষ সংবাদ

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP