• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

Nation NE by Nation NE
September 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান
Share on FacebookShare on TwitterWhatsApp

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পঞ্জাৱত বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। পৰিস্থিতি ইমানেই জটিল ৰূপ ধাৰণ কৰিছে যে বানত সৰ্বস্বান্ত হোৱা বহু লোকে নিজৰ ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে।

ৰাজ্যখনত দেখা দিয়া এই সংকটময় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আগবাঢ়ি আহিছে বলিউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খান। পঞ্জাৱৰ স্থানীয় বেচৰকাৰী সংস্থাৰ সৈতে মিলি অভিনেতাগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়াই আছে।

মীৰ ফাউণ্ডেশ্যন নামৰ এটা এনজিঅ’ৰ সৈতে মিলি শ্বাহৰুখ খানে বানত ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰী, ঔষধ, ফল্ডিং বিচনাৰ লগতে আন বহু অত্যৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। এই সাহায্য অভিযান অমৃতসৰ, পাটিয়ালা, ফাজিল্কা আৰু ফিৰোজপুৰৰ প্ৰায় ১,৫০০ পৰিয়ালৰ মাজত বিতৰণ কৰে।

এই প্ৰাকৃতিক দুৰ্যোগক লৈ অভিনেতা শ্বাহৰুখ খানে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছিল, ‘পঞ্জাৱৰ এই ভয়ংকৰ বানপানীত ভুগি থকা সকলো লোকৰ বাবে মই দুঃখিত। মই তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা আৰু শক্তি প্ৰেৰণ কৰিছো। ভগৱান আপোনালোক সকলোৰে লগত থাকক।’

Tags: Flood AffectedPunjabShahrukh Khan

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025