• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মৃ*ত্যুদ*ণ্ড নে ক্ষমা দান? শ্বেখ হাছিনাৰ বিৰুদ্ধে আদালতৰ ৰায়, ঢাকাত প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ

Nation NE by Nation NE
November 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মৃ*ত্যুদ*ণ্ড নে ক্ষমা দান? শ্বেখ হাছিনাৰ বিৰুদ্ধে আদালতৰ ৰায়, ঢাকাত প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে এক গোচৰত আজি অৰ্থাৎ ১৭ নৱেম্বৰ সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ৰায়দান দিব। ইয়াৰ পূৰ্বে বাংলাদেশৰ বিভিন্ন স্থানত অগ্নিসংযোগ আৰু হিংসা অব্যাহত আছে।

হাছিনাৰ বিৰুদ্ধে ৰায়দানৰ পূৰ্বে বাংলাদেশৰ ৰাজধানী ঢাকা আৰু দেশৰ অন্যান্য প্ৰান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে। ৰাজধানী ঢাকাত আনকি হিংসাত্মক প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। য়েয়া হৈছে- হত্যা, অপৰাধ প্ৰতিৰোধত ব্যৰ্থ হোৱা, মানৱীয়তা উলংঘা কৰা, ১৪০০ লোকৰ প্ৰাণ লোৱা ইত্যাদি। যাৰ বাবে শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে দাখিল কৰা মানৱীয়তা উলংঘা কৰা গোচৰৰ শুনানি আজি ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অনুষ্ঠিত হ’ব। চৰকাৰী অধিবক্তাই শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী কৰিছে। শ্বেখ হাছিনাৰ বিৰুদ্ধে ভাষ্য দিব ৮৪ গৰাকী লোকে। ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশখনৰ ডাঙৰ চহৰ আৰু গুৰুত্বপূৰ্ণ স্থানসমূহত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

২০২৪ চনত চৰকাৰ বিৰোধী প্ৰতিবাদ দমন কৰিবলৈ চৰকাৰী সংস্থাসমূহক হিংসাত্মক পদ্ধতি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ হাছিনাই। বাংলাদেশৰ ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে, যিকোনো অপ্ৰীতিকৰ ঘটনাৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনী আৰু অন্যান্য সংস্থা মোতায়েন কৰা হৈছে।

দৰাচলতে ২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে বাংলাদেশত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত চৰকাৰে প্ৰতিবাদৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ, নিৰ্যাতন, গুলীচালনাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হয়। ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ চৰকাৰ উৎখাত হয়। যাৰ ফলত শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লয়।

Tags: BangladeshSheikh Hasina

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025