• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 12, 2025
29 °c
Guwahati
27 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

      Nation NE by Nation NE
      September 12, 2025
      in Top News, অসম
      0 0
      পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?
      Share on FacebookShare on TwitterWhatsApp

      ছিপাঝাৰত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ত্ৰিপ’ল মাৰ্ডাৰৰ ঘটনা। এটা পৰিয়ালৰ ৩জনকৈ সদস্যক অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰা গৈছে।

      ছিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। নৃশংস হত্যাৰ বলি হৈছে একেটা পৰিয়ালৰ তিনিজন। ১১ ছেপ্তেম্বৰৰ সন্ধিয়া ভাগত সংঘটিত হয় এই ঘটনা। পত্নী-পুত্ৰৰ মৃতদেহ কোঠাৰ মজিয়াত আৰু স্বামী দীপক নাথৰ মৃতদেহ চোতালত উদ্ধাৰ হয়। কোনে কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে জানিব পৰা হোৱা নাই।

      জানিব পৰা মতে, পিতৃগৃহৰ পৰা প্ৰায় ৮০০ মিঃ দূৰত্বত সুকীয়াকৈ ঘৰ পাতি পত্নী-পুত্ৰসহিতে ১০ বছৰ ধৰি বাস কৰিছিল। ঘটনা সন্দৰ্ভত দীপক নাথৰ ভাতৃয়ে কয় যে, উক্ত দিনটোত তেওঁ দিনৰ ভাগত জ্যেষ্ঠ ভাতৃক ফোনযোগে সংযোগ স্থাপন কৰিব বিচাৰে যদিও তেওঁ সহাৰি নাপালে। ইয়াৰ পিছত বৌয়েক নাথৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰি ব্যৰ্থ হয়। পিছলৈ সন্ধিয়া তেওঁ যেতিয়া ককায়েকৰ ঘৰত আহি উপস্থিত হয়, তেতিয়া গেটৰ ভিতৰৰ পৰাই তলা লগাই থোৱা দেখিবলৈ পায়।

      তাৰ পিছত তেওঁৰ মনত কিছু সন্দেহ হয় আৰু তেওঁ দেৱাল পাৰ কৰি আহি ঘৰৰ চৌহদতে জ্যেষ্ঠ ককায়েকৰ মৃতদেহ দেখিবলৈ পায়। ইয়াৰ পিছতে লাগে হৈ-চৈ। সকলো ওচৰ-চুবুৰীয়া আহি উপস্থিত হয়। পিছত ঘৰৰ ভিতৰলৈ গৈ দীপক নাথৰ পত্নী তথা সপ্তম শ্ৰেণীত অধ্যয়নৰত পুত্ৰৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। নিশাই চিআইডি আৰু ফৰেন্সিক দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

      এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, যদি তেওঁলোক তিনিওকে হত্যাই কৰা হৈছে, গেটৰ ভিতৰৰ পৰা তলা লগালে কোনে? এইয়া কোনো ডকাইতি নে কোনো ষড়যন্ত্ৰৰ বলি হৈছে এই পৰিয়ালটো? কিয়নো ঘৰৰ ভিতৰত কোনোধৰণৰ ক্ষয়-ক্ষতি দেখিবলৈ পোৱা নাযায়। এই ঘটনাই সৃষ্টি কৰিছে হাজাৰটা প্ৰশ্নৰ। বৰ্তমান সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত। গতিকে আৰক্ষীক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহিবলৈ আহ্বান জনাইছে পৰিয়ালটোৰ আত্মীয় লোকে।

      Tags: #AssamMurdersipajhar

      Related Posts

      টিভি অভিনেতা আশীষ কাপুৰৰ জামিন লাভ, অপকৰ্মৰ গোচৰত আছিল জেলত
      Top News

      টিভি অভিনেতা আশীষ কাপুৰৰ জামিন লাভ, অপকৰ্মৰ গোচৰত আছিল জেলত

      September 12, 2025
      এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

      দুৰ্গা পূজাৰ পূৰ্বে ৬ খনকৈ জিলাত তীব্ৰ বৰষুণ, বহুকেইখন জিলাত Yellow এলাৰ্ট জাৰি…

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিজৰ মাজতে কাজিয়া নেপালৰ GEN Z গোটৰ, প্ৰধানমন্ত্ৰী পদৰ বাবে মতবিৰোধ

      September 12, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      September 12, 2025
      গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

      September 11, 2025

      শীৰ্ষ সংবাদ

      টিভি অভিনেতা আশীষ কাপুৰৰ জামিন লাভ, অপকৰ্মৰ গোচৰত আছিল জেলত

      এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

      পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

      দুৰ্গা পূজাৰ পূৰ্বে ৬ খনকৈ জিলাত তীব্ৰ বৰষুণ, বহুকেইখন জিলাত Yellow এলাৰ্ট জাৰি…

      নিজৰ মাজতে কাজিয়া নেপালৰ GEN Z গোটৰ, প্ৰধানমন্ত্ৰী পদৰ বাবে মতবিৰোধ

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist