• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰোহিত শৰ্মাৰ ঠাইত কোনে ল’ব অধিনায়কৰ দ্বায়িত্ব?

      Nation NE by Nation NE
      November 6, 2024
      in Top News, ক্ৰীড়া
      0 0
      ৰোহিত শৰ্মাৰ ঠাইত কোনে ল’ব অধিনায়কৰ দ্বায়িত্ব?
      Share on FacebookShare on TwitterWhatsApp

      ২২ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব আৰু এই গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কোন হ’ব টীম ইণ্ডিয়াৰ অধিনায়ক। প্ৰথম টেষ্ট মেচত ৰোহিত শৰ্মাই খেলত অংশগ্ৰহণ কৰাটো কঠিন, এনে পৰিস্থিতিত তেওঁৰ ঠাইত দলৰ কোনে এই দায়িত্ব ল’ব সেয়া এক ডাঙৰ প্ৰশ্ন।

      নিউজিলেণ্ডৰ বিৰুদ্ধে ক্লীন ছুইপ পৰাজয়ৰ পিছত এতিয়া টীম ইণ্ডিয়াৰ পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে অষ্ট্ৰেলিয়া ভ্ৰমণ। টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলা খেলিব লাগিব।ইয়াৰ প্ৰথমখন মেচ ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

      এই শৃংখলাত কোনো ব্যক্তিগত কাৰণত ৰোহিত প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে জশপ্ৰীত বুমৰাহক আৰু তেওঁৱেই দলটোৰ দায়িত্ব ল’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফৰ মতে দলটোৰ কমাণ্ড ঋষভ পন্টৰ হাতত অৰ্পণ কৰা উচিত।

      মহম্মদ কাইফে কয় যে, বৰ্তমানৰ দলটোৰ পৰা টেষ্টৰ অধিনায়কত্বৰ ডাঙৰ প্ৰতিদ্বন্দ্বী কেৱল ঋষভ পণ্টহে। কাইফৰ মতে, ঋষভ পন্টো ইয়াৰ যোগ্য কিয়নো পন্টো যেতিয়াই খেলে, তেতিয়াই তেওঁ টীম ইণ্ডিয়াক সদায় ফ্ৰন্টফুটত ৰাখিবলৈ চেষ্টা কৰে। তেওঁ সদায় মেচ বিজয়ী ইনিংছ খেলিবলৈ চেষ্টা কৰে। সকলো ধৰণৰ পৰিস্থিতিতেই ৰান সংগ্ৰহ কৰাৰ তেওঁৰ ক্ষমতা আছে। ভাৰতৰ টাৰ্নিং পিটচতো তেওঁ ৰান সংগ্ৰহ কৰিছে। কাইফে পণ্টক সম্পূৰ্ণ বেটছমেন বুলি অভিহিত কৰে।

      মহম্মদ কাইফে ঋষভ পন্টক টেষ্টৰ অধিনায়ক কৰাৰ কথা কৈছিল যদিও ইয়াৰ প্ৰকৃত কাৰণ তেওঁ উল্লেখ কৰা নাছিল। অৱশ্যে পন্টৰ পূৰ্বে বুমৰাহ যেন অধিনায়কৰ দৌৰত আগবাঢ়ি আছে। এই কাৰণেই বুমৰাহকো অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। যদিহে ৰোহিতে প্ৰথম টেষ্টত খেলিব নোৱাৰে, তেন্তে বুমৰাহক অধিনায়কৰ দায়িত্ব লোৱা দেখা যাব।

      Tags: #cricketSportsTeam India

      Related Posts

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      July 25, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 25, 2025
      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      শীৰ্ষ সংবাদ

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist