• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্ৰীলংকাত দিটৱাহাৰ প্ৰভাৱ, ১২৩ জনৰ প্ৰাণহানি, ভাৰতৰ আৰম্ভ অপাৰেচন সাগৰ বন্ধু

Nation NE by Nation NE
November 29, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শ্ৰীলংকাত দিটৱাহাৰ প্ৰভাৱ, ১২৩ জনৰ প্ৰাণহানি, ভাৰতৰ আৰম্ভ অপাৰেচন সাগৰ বন্ধু
Share on FacebookShare on TwitterWhatsApp

প্ৰচণ্ড বৰষুণ আৰু ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বানপানীয়ে শ্ৰীলংকাৰ স্বাভাৱিক জীৱনত ভয়াৱহ প্ৰভাৱ পেলাইছে। দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ তথ্য অনুসৰি, এই ঘূৰ্ণীবতাহৰ বাবে এই পৰ্যন্ত ১২৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

প্ৰবল বৰষুণ আৰু ভূমিস্খলনে শ্ৰীলংকাৰ বহু ঠাইত ক্ষতিগ্ৰস্ত কৰিছে, যাৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। শ্ৰীলংকাৰ বিষয়াসকলে কয় যে, সশস্ত্ৰ বাহিনীৰ সহায়ত সাহায্যৰ কাম চলি আছে আৰু এতিয়ালৈকে ঘৰ ধ্বংস হোৱা ৪৩৯৯৫ জন লোকক চৰকাৰী কল্যাণ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। শ্ৰীলংকা চৰকাৰে সামৰিক হেলিকপ্টাৰ আৰু নাও ব্যৱহাৰ কৰি আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে।

শুকুৰবাৰে দিটৱাহা ঘূৰ্ণীবতাহৰ ফলত উত্তৰ আৰু মধ্য শ্ৰীলংকাত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ সৃষ্টি হয়। প্ৰচণ্ড বৰষুণৰ ফলত প্ৰায় ৪৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বহু লোকে অস্থায়ী সাহায্য শিবিৰলৈ স্থানান্তৰিত হ’বলগীয়া হয়। বহু অঞ্চলত পানী জমা হোৱাৰ ফলত ৰাজহুৱা সেৱাত ব্যাঘাত জন্মিছিল আৰু আন্তঃগাঁথনিৰ ভয়াৱহ ক্ষতিসাধন হৈছিল। শ্ৰীলংকাৰ সামৰিক বাহিনী আৰু আৰক্ষীয়ে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিছে।

কলম্বোৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ উত্তৰ-পূবৰ প’ল’নাৰুৱাৰ এখন দলঙত আৱদ্ধ হৈ থকা ১৩ জন লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰে। বিষয়াসকলে জনোৱা মতে, ধাৰাসাৰ বৰষুণৰ ফলত বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্য্যকলাপত প্ৰভাৱ পৰাৰ বাবে ত্ৰিবেন্দ্ৰম আৰু কোচিন বিমানবন্দৰলৈ ১৫খন বিমান চলাচল কৰিবলগীয়া হয়।

ইফালে দিটৱাহা ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত শ্ৰীলংকাক মানৱীয় সাহায্য প্ৰদানৰ বাবে ভাৰতে আৰম্ভ কৰিছে অপাৰেচন সাগৰ বন্ধু। এই পদক্ষেপৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাৰ এখন বিমানে টাৰ্পলিন, কম্বল, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কিট, খাদ্য সামগ্ৰী, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি প্ৰায় ১২ টন সাহায্য সামগ্ৰী লৈ শ্ৰীলংকাত উপস্থিত হয়। ভাৰতীয় নৌসেনাই সাহায্য সামগ্ৰীও প্ৰেৰণ কৰে। আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰিৰ পৰা প্ৰায় ৪.৫ টন শুকান ৰেচন আৰু ২ টন সতেজ ৰেচন প্ৰেৰণ কৰা হয়। এই সাহায্য ভাৰত চৰকাৰে নিজৰ নেইবাৰহুড ফাৰ্ষ্ট নীতিৰ অধীনত প্ৰেৰণ কৰে, আৰু ভাৰতে শ্ৰীলংকাৰ পৰিস্থিতিৰ বিকাশৰ লগে লগে অধিক সহায় প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Tags: #FloodRainSri Lanka

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025