• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মজনু কা টিলাত বাস কৰা পাকিস্তানী শৰণাৰ্থীলৈ ডাঙৰ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
August 30, 2025
in Top News, ৰাজনীতি
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশৰ ৰাজধানী দিল্লীৰ মজনু কা টিলাত বাস কৰি থকা প্ৰায় ৮০০ গৰাকী পাকিস্তানী হিন্দু শৰণাৰ্থীক আঁতৰোৱাৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে এই লোকসকলক মজনু কা টিলাৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল।

এই সন্দৰ্ভত ন্যায়াধীশ এমএম সুন্দৰেশ আৰু ন্যায়াধীশ কোটিশ্বৰ সিঙৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী উন্নয়ন প্ৰাধিকৰণলৈ জাননী জাৰি কৰি ২০২৫ চনৰ মে’ মাহত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে।

উল্লেখ্য যে, দিল্লী উন্নয়ন প্ৰাধিকৰণে ২০২৪ চনৰ মাৰ্চ আৰু জুলাই মাহত মজনু কা টিলাত থকা শৰণাৰ্থী শিবিৰ খালী কৰিবলৈ জাননী জাৰি কৰিছিল যদিও সেই সময়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল।

কিন্তু ২০২৫ চনৰ জুলাই মাহত পুনৰ শিবিৰ খালী কৰাৰ জাননী জাৰি কৰাত এইবাৰ আশংকা কৰা হৈছিল যে অতি শীঘ্ৰে পাকিস্তানী হিন্দু শৰণাৰ্থীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অধিবক্তা বিষ্ণু শংকৰ জৈনৰ জৰিয়তে ধৰ্মবীৰ বাগড়ী আৰু আন লোকে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা বুলি উল্লেখ কৰিছে আবেদনকাৰীসকলে।

আবেদনকাৰীসকলে লগতে কৈছিল যে চাদ তথা চাল (ঘৰ-বাৰী) অবিহনে এজন ব্যক্তিৰ মৰ্যাদা থাকিব নোৱাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মসংস্থাপনৰ অধিকাৰো প্ৰভাৱিত হয়।

উল্লেখ্য যে, পাকিস্তানত ইছলামিক মৌলবাদীৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ এই শৰণাৰ্থীসকল ভাৰতলৈ আহিছিল। প্ৰায় ২৫০-২৬০ পৰিয়াল শিবিৰত বসবাস কৰি আছে, ইয়াৰে কিছু সংখ্যকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে, বাকীসকলৰ আবেদন প্ৰক্ৰিয়া চলি আছে।

এইসকল লোকৰ অধিকাংশই অতি দৰিদ্ৰ আৰু দৈনিক মজুৰি, শ্ৰম, ঘৰুৱা কাম আদি কৰি জীৱিকা নিৰ্বাহ কৰে। বেছিভাগ লোক অনুসূচিত জাতিৰ।

২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইন (CAA)ক উচ্চ ন্যায়ালয়ে আওকাণ কৰা বুলি উল্লেখ কৰি আবেদনত কোৱা হৈছে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক এই আইনৰ জৰিয়তে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই লোকসকলক বলপূৰ্বকভাৱে আঁতৰোৱাটো মানৱ অধিকাৰৰ উলংঘা।

Tags: #DelhiDDAMajnu Ka TilaPakistanPakistani HinduSupreme Court

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025