• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুশান্ত সিং ৰাজপুত গোচৰৰ পুনৰ হ’ব তদন্ত : বিজেপি বিধায়কৰ ঘোষণা

Nation NE by Nation NE
March 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সুশান্ত সিং ৰাজপুত গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল CBIৰ; কি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ?
Share on FacebookShare on TwitterWhatsApp

অভিনেতা সুশান্ত সিং ৰাজপুত গোচৰৰ পুনৰ হ’ব তদন্ত। মহাৰাষ্ট্ৰৰ এগৰাকী বিজেপি বিধায়কে কৰিছে এই দাবী। মহাৰাষ্ট্ৰ চৰকাৰে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম (এছ আই টি)ৰ দ্বাৰা এই গোচৰৰ পুনৰ তদন্ত কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক ৰাম কদমে। এটা নিউজ এজেন্সিত দিয়া সাক্ষাতকাৰত এই মন্তব্য কৰিছে বিধায়কজনে।

বিজেপি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে উদ্ভৱ থাকৰে চৰকাৰে ৬৮ দিনলৈকে এই গোচৰটোৰ তদন্ত কৰিবলৈ চিবিআইক অৰ্পণ কৰা নাছিল। কেতিয়া অৰ্পণ কৰা হৈছিল, যেতিয়া ঘৰৰ ফাৰ্নিচাৰ আঁতৰোৱা হৈছিল, ঘৰটোত নতুনকৈ ৰং দিয়া হৈছিল, ঘৰটো গটোৱা হৈছিল পুৰণি মালিকক, বিহাৰৰ আৰক্ষীক তদন্ত কৰিবলৈ দিয়া হোৱা নাছিল। এই সকলোবোৰ যদি যোগ দিও তেন্তে এইটো স্পষ্ট হৈ পৰে যে উদ্ভৱ থাকৰে নেতৃত্বাধীন চৰকাৰে প্ৰমাণ নষ্ট কৰাৰ দুঃসাহস কৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ চিবিআইয়ে এই গোচৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল। কোৱা হৈছিল যে অভিনেতাজনৰ মৃত্যুৰ কাৰণ আত্মহত্যা আৰু এই কাম কৰিবলৈ তেওঁক কোনেও উচটনি দিয়া নাছিল।

চিবিআইৰ কথা প্ৰসংগ উল্লেখ কৰিয়েই সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে ন্যায় নাপালে বুলি দাবী কৰে বিজেপি বিধায়কগৰাকীয়ে। যদি চিবিআইয়ে ন্যায়পালিকাৰ সন্মুখত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে তেন্তে ইয়াৰ অৰ্থ অতি স্পষ্ট। অৰ্থাৎ আৰুশীৰ গোচৰত যিদৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল, তেতিয়া সেই প্ৰতিবেদন ন্যায়পালিকাই মানি লোৱা নাছিল। একেদৰে ইয়াৰো (সুশান্ত সিং ৰাজপুত) পুনৰ তদন্ত কৰা উচিত।

উল্লেখ্য যে, ২০২০ চনৰ ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতক নিজৰ ঘৰৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল।

Tags: BJPMaharashtraSushant Singh Rajput

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025