• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

Nation NE by Nation NE
March 21, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

পশ্চিম এছিয়াত চলিছে যুদ্ধৰ দাবানল।তেহৰাণ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ফৌয়াদ ইজাদীয়ে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণক অবৈধ বুলি অভিহিত কৰে। তেওঁ কয় যে, এই আক্ৰমণত ১৬৫ গৰাকী মহিলাকে ধৰি ২০০০ৰো অধিক সাধাৰণ নাগৰিক নিহত হৈছে। তেওঁ এই যুদ্ধক অপ্ৰয়োজনীয় যুদ্ধ বুলি অভিহিত কৰি কয় যে ইৰাণে আমেৰিকাৰ বাবে কোনো ভাবুকি কঢ়িয়াই অনা নাছিল।

ইজৰাইলৰ হেঁচাতেই ইৰাণত এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰে ইজাদীয়ে। তেওঁ কয় যে, ইজৰাইলে এই অঞ্চলত আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ আমেৰিকাৰ সৈন্য ব্যৱহাৰ কৰি আছে। তেওঁ কয় যে, ইয়াৰ ফলত কেৱল ইৰাণৰ বাবেই নহয় ভাৰতকে ধৰি আন বহু দেশৰ বাবেও অসুবিধাৰ সৃষ্টি হৈছে। ইজৰাইলৰ লক্ষ্য হৈছে ১৯৫৩ চনত অভ্যুত্থানৰ সময়ত কৰা দৰে ইৰাণৰ তেলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা।

ইৰাণৰ অধ্যাপকগৰাকীয়ে কয় যে, ইৰাণে প্ৰথমে কেৱল আমেৰিকাৰ সামৰিক ঘাটিবোৰকহে আক্ৰমণ কৰিছিল কাৰণ সেইয়া বৈধ সামৰিক লক্ষ্য। তেওঁ বুজাই দিয়ে যে, ইৰাণৰ তেলৰ ঘাটিত আন পক্ষই আক্ৰমণ নকৰালৈকে ইৰাণেও তেলৰ ঘাটিক লক্ষ্য কৰি লোৱা নাছিল। তেওঁ কয় যে, তেল শোধনাগাৰসমূহ সাধাৰণতে বৈধ সামৰিক লক্ষ্য নহয়, কিন্তু যেতিয়া ইৰাণৰ তেলৰ ঘাটিত আক্ৰমণ কৰা হৈছিল, তেতিয়া ইৰাণৰ হাতত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাহিৰে আন উপায় নাছিল।

ইজাদীৰ মতে এই সংঘাতে কেৱল আঞ্চলিক নহয়, বিশ্ব শক্তি যোগান আৰু ৰাজনৈতিক স্থিতিশীলতাকো প্ৰভাৱিত কৰিছে। তেওঁৰ এই বক্তব্যই ইৰাণ আৰু পশ্চিমীয়া দেশসমূহৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ গুৰুত্বৰ প্ৰতিফলন ঘটায়।

Tags: AmericaIsraelteheran

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026
লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025