• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাধ্যমিক পৰ্যায়ত টেট-নিযুক্তি পৰীক্ষা, জানক কেনেকৈ ডাউনলোড কৰিব এডমিড কাৰ্ড?

Nation NE by Nation NE
December 6, 2024
in Top News, ক্ৰীড়া
0 0
মাধ্যমিক পৰ্যায়ত টেট-নিযুক্তি পৰীক্ষা, জানক কেনেকৈ ডাউনলোড কৰিব এডমিড কাৰ্ড?
Share on FacebookShare on TwitterWhatsApp

মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা। মুঠ ৯,৭১৭টা পদৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। ইয়াৰে ৮,২৩০টা পদ স্নাতক শিক্ষকৰ। লগতে ১,৪৮৭টা পদ স্নাতকোত্তৰ শিক্ষকৰ বাবে নিৰ্ধাৰিত।

মাধ্যমিক পৰ্যায়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। বিষয় অনুসৰিয়েই সম্পন্ন হ’ব এই নিযুক্তি প্রক্রিয়া। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জানিবলৈ দিয়ে এই কথা।

ইফালে মেৰিট লিষ্টত যিসকলৰ নাম আহিব, তেওঁলোকে প্ৰত্যক্ষভাৱে নিযুক্তি লাভ কৰিব। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বেলেগকৈ পৰীক্ষা অনুষ্ঠিত নহয় বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে।

এডমিড কাৰ্ড ডাউলোডৰ প্ৰক্ৰিয়া-

  • টেট-নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ https://madhyamik.assam.gov.in/ ৱেবছাইটৰ পৰা লাভ কৰিব এডমিট কাৰ্ড।
  • ১৫ ডিচেম্বৰৰ দিনৰ ১১ বজাৰ পৰা এডমিড কাৰ্ড লাভ কৰিব পৰীক্ষাৰ্থীয়ে।
  • পৰীক্ষাৰ্থীয়ে https://madhyamik.assam.gov.in/ত গৈ আবেদন নম্বৰ আৰু পাছৱৰ্ড দিলে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ড।

এই সন্দৰ্ভত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো চৰকাৰী ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব।

লগতে শিক্ষামন্ত্ৰীয়ে ইয়াকো ঘোষণা কৰে যে, অহা ৬ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ৩টা পৰ্যায়ত উদযাপন কৰা হ’ব ২০২৫ বৰ্ষৰ গুণোৎসৱ। মুঠ ৪৪,০৯৪খন বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱৰ কাৰ্যসূচী। প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হ’ব।

প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ আৰু ওদালগুৰিক সামৰি লোৱা হ’ব

২য় পৰ্যায়ত ১৪ খন জিলাক সামৰি লোৱা হ’ব- বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰো, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং।

তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন জিলা হৈছে-বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও,ডিমা হাচাও আৰু মাজুলীত তৃতীয় পৰ্যায়ত গুণোত্সৱ অনুষ্ঠিত হ’ব।

Tags: #AssamGovernment ExamTET

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025