• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 22, 2026
21 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাশিফল অনুসৰি দিনটো কেনে যাব আপোনাৰ; জানক সবিশেষ…

Nation NE by Nation NE
March 6, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি: আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব। যুৱক-যুৱতীসকলৰ ভাল দিন। পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব। আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব। শুভ সংখ্যা ৪, শুভ ৰং ৰঙা।

বৃষ ৰাশি: আজি আপুনি নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিয়ক। কিছু খেলিমেলি হʼব পাৰে। আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে। শান্ত হৈ থাকক। প্ৰেমৰ সম্পর্কই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব। শুভ সংখ্যা ১, শুভ ৰং শুভ্ৰ।

মিথুন ৰাশি: আজি আপুনি দ্বৈত স্থিতিৰ সম্মুখীন হʼব। সেয়া দুঃচিন্তাৰ কাৰণ হʼব পাৰে। মানসিক অশান্তি আৰু হতাশা আহিব পাৰে। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক। শুভ সংখ্যা ৯, শুভ ৰং হালধীয়া।

কৰ্কট ৰাশি: আপোনাৰ আজি ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্জন কৰিব। ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব। পাৰ্টী হʼব পাৰে বন্ধু আৰু প্ৰেমাস্পদৰ লগত। শুভ সংখ্যা ১, শুভ ৰং নীলা।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সক্ৰিয় দিন হʼব। মানসিক চিন্তাই নিৰুৎসাহিত কৰিব পাৰে৷ তথাপিও আপুনি প্ৰায় সফল হʼব। পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব। আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। প্ৰশংসা প্ৰাপ্তি হʼব। আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত থাকিব আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিব। শুভ সংখ্যা ১২, শুভ ৰং সেউজীয়া।

কন্যা ৰাশি: আজি আপোনাৰ কর্মত আপুনি প্ৰায় সফল হʼব। আপোনাৰ ব্যৱসায় শ্ৰীবৃদ্ধিৰ যোগ। নিজৰ সৌন্দৰ্যৰ বিষয়ত মনোযোগ দিয়াটো ভাল। শুভ সংখ্যা ২, শুভ ৰং কমলা।

তুলা ৰাশি: আজি নতুন ব্যৱসায় আৰম্ভণি কৰাৰ বাবে ভাল দিন। কৰ্মজীৱনত আপোনাক নতুন কৰ্ম লক্ষ্য থাকিব। নিজৰ কৰ্মত মনোযোগ দিব। কামত অধিক ব্যস্ত হʼব পাৰে। কৰ্ম কৰিলে লক্ষ্যত সফল হʼব। আজি ভাগ্য ভাল। শুভ সংখ্যা ৫, শুভ ৰং ৰঙা।

বৃশ্চিক ৰাশি: আজি আপুনি নতুন কিবা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। হতাশ নহব, পুনৰ চেষ্টা কৰক। যি ধৈৰ্যশীল হয় তেৱেঁই লাভৱান হয়। শুভ সংখ্যা ১, শুভ ৰং শুভ্ৰ।

ধনু ৰাশি: আপুনি সাজু হৈ থাকক। আপুনি আজি বিভিন্ন পৰামর্শ পাব, ভাল পৰামর্শ। সেই পৰামর্শ মতে আপোনাৰ নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হʼব। আপুনি নিজৰ মতে চাব আপুনি সফল হʼব। শুভ সংখ্যা ৮, শুভ ৰং কলা।

মকৰ ৰাশি: শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব। বিদেশলৈ অধ্যয়নৰ বাবে যাব পাৰে। আজি কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক৷ আপোনাৰ আজি ভাগ্য ভাল। ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব। শুভ সংখ্যা ২, শুভ ৰং গেৰুৱা।

কুম্ভ ৰাশি: কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক। প্ৰশংসা লাভ হʼব। জীৱনটো ভাল বন্ধুত্বপূৰ্ণ হʼব। পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

মীন ৰাশি: আজি আপুনি নতুন ব্যৱসায় আৰম্ভ নকৰিব। কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং মটীয়া।

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025