• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 20, 2026
24 °c
Guwahati
24 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
February 20, 2026
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

মেষ: শৰীৰ মোটামুটি ভালেই। আর্থিক উন্নতিৰ মৃদু যোগ। অপ্রত্যাশিতভাৱে কোনো শুভসংযোগ লাভ কৰিব। ৰাজনীতিত বুদ্ধিমত্তা প্রকাশ পাব।

বৃষ: ভ্রমণত সতর্ক থাকক। বিদ্যা-বুদ্ধিত যোগ্যতা প্রকাশ। প্রতিযোগিতামূলক কামত সফল হ’ব। পাৰিবাবিক জীৱন গতানুগতিক। কোনোৱে নিজকে অকলশৰীয়া অনুভৱ কৰিব।

মিথুন: মনোবল থাকিব। মনৰ জোৰতে বহু কাম হৈ উঠিব। সন্তানৰ উন্নতিৰ কাৰণে কৰা চেষ্টাত সুখী হ’ব। বিবাহ যোগ্যৰ বিবাহৰ যোগাযোগত শুভ। সমস্যা থাকিব।

কর্কট: বিদ্যার্থীৰ বন্ধমুখী প্রতিভা। কর্তব্যৰ প্রাতি আস্থা ৰাখক। ভ্রমণৰ আয়োজন হ’ব পাৰে। প্রেম-প্রীতিত সাৱধান হোৱাটো ভাল। কোনো কাৰণত মন বেয়া থাকিব।

সিংহঃ ভ্রমণৰ যোগ। ৰাজহুৱা কামত জড়িত থাকি ভাল পাব। ঘৰুৱা পৰিবেশ খুব উন্নত নাপাব। মন মুকলি নাপাব। মনত এটা শংকা ভাব থাকিব।

কন্যা: স্বাস্থ্য প্রায় ভালেই। পুৰণা ৰোগগ্রস্তয়ো কিছু সকাহ পাব। ৰহস্যময় অপ্রকাশ্য কথাত পাকচক্রত পৰি চিন্তিত হ’ব। খৰচৰ মাত্রা ঊর্ধ্বগতিত।

তুল্য : শৰীৰ মজলীয়া। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্রভার দেখায়। সামাজিক প্রতিপত্তি অটুট থাকিব।

বৃশ্চিক: দিনটো ভালেই যাব। বেলি আগুৱাই যোৱাৰ লগে লগে ক্রমে শৰীৰ আৰু মন ফৰকাল পাব। কৃষিজাত তথা খনিজাত দ্রব্যৰ ব্যৱসায়ত উন্নতি।

ধনু : মান-মর্যাদা আৰু জনপ্রিয়তা বাঢ়িব। লেখক-লেখিকা তথা বুদ্ধিজীবীর সুখ্যাতি লাভ। গঠনমূলক চিন্তা কৰোঁতে নিজৰ যে ক্ষতি হ’ব পাৰে, তালৈ রূক্ষেপ নকৰিব পাৰে।

মকৰঃ শৰীৰ প্রায় অনুকূল। বিদ্যা-বুদ্ধিত শুভ। মনোবল থাকিব। সম্ভবস্থলত ভ্রমণৰ যো-জা। সন্তানৰ কৃতিত্বই সুখী কৰিব। দাম্পত্যত মধ্যম।

কুম্ভ: শৰীৰ বৰ উন্নত নাযাব। খৰচৰ মাত্রা নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰক। সাধাৰণ কথাতে মন বেয়া নকৰিব। সৎ কামত সাহসিকতাৰ পৰিচয় দিব পাৰিব।

মীন : আপুনি হাতত লোৱা কামবিলাক আগুৱাই নিয়াত বাধা নাপাব। সম্ভৱস্থলত নতুন সংযোগ পোৱাৰ সংকেত। বন্ধু-বান্ধৱ তথা শুভাকাংক্ষীৰ আগমন হ’ব। কোনোৱে ভ্রমণৰ যো-জা কৰিব পাৰে।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 20, 2026
আপুনিও নিশা সঘনাই টোপনিৰ পৰা সাৰ পায় নেকি? জানক কিয় এনেকুৱা হয় আৰু কেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন…

February 19, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?
Top News

ভাৰতীয় কিশোৰীকো লক্ষ্য কৰি লৈছিল নেকি এপষ্টেইনে? কি ক’লে আমেৰিকাৰ ন্যায় বিভাগে?

February 19, 2026
ভাৰতৰ সৈতে শক্তিশালী বাণিজ্যিক চুক্তিৰ মত, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প
Top News

ভাৰতৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ ৰচিছে নেকি ট্ৰাম্পে, কি হ’ব ভাৰতৰ স্থিতি?

February 19, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 19, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

February 19, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপুনিও নিশা সঘনাই টোপনিৰ পৰা সাৰ পায় নেকি? জানক কিয় এনেকুৱা হয় আৰু কেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন…

ভাৰতীয় কিশোৰীকো লক্ষ্য কৰি লৈছিল নেকি এপষ্টেইনে? কি ক’লে আমেৰিকাৰ ন্যায় বিভাগে?

ভাৰতৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ ৰচিছে নেকি ট্ৰাম্পে, কি হ’ব ভাৰতৰ স্থিতি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025