• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দৈনিক ৰাশিফলৰ পৰা জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

Nation NE by Nation NE
August 12, 2024
in Top News, অসম
0 0
দৈনিক ৰাশিফলৰ পৰা জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- পাৰিবাৰিক দিশত কিছু অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কাম কৰিব লাগিব। আৰ্থিক, বাণিজ্যত কষ্টৰ মাজতে কিছু লাভৱান হ’ব।শুভ নম্বৰ- ৪, শুভ ৰং- হালধীয়া

বৃষ- এই ৰাশিৰ আজিৰ দিনটো শৰীৰিকভাৱে শুভ  যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ কৰ্মৰ প্ৰতি অনীহা আহিব পাৰে। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া

মিথুন- মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ আনন্দ-উৎসাহত বাধা আহিব পাৰে। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ দুশ্চিন্তা আৰু অস্থিৰতাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰো অশান্তি বাঢ়িব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব।শুভ নম্বৰ-৭, শুভ ৰং-গুলপীয়া

কৰ্কট- প্ৰেম আৰু পাৰিবাৰিকত দিশত অলপ অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। শিল্পী, সাহিত্যিকৰো দুশ্চিন্তা আৰু অশান্তি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৱান হোৱাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰে লাভৱান হ’ব।শুভ নম্বৰ-১, শুভ ৰং-নীলা

সিংহ- প্ৰেম-প্ৰীতি, সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া ফল পাব। শিক্ষাৰ্থীৰ উৎসাহ হ্ৰাস পাব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ।শুভ নম্বৰ-৯, শুভ ৰং-সুমথিৰা

কন্যা-শৰীৰ ভালে থাকিব। প্ৰেমত শুভ। বিদ্যাৰ্থীয়ে পঢ়া-শুনাত গুৰুত্ব দিব। সামাজিক জীৱনৰ বাধা আঁতৰিব। শুভ নম্বৰ-৪, শুভ ৰং-সোণালী

তুলা-ব্যৱসায়িক দিশত উন্নতিৰ যোগ। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। মনলৈ কিছু দু:শ্চিন্তা আহিব পাৰে। শুভ নম্বৰ-৫, শুভ ৰং-মটিয়া

বৃশ্চিক-শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব। কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব। শুভ নম্বৰ-২, শুভ ৰং- হালধীয়া

ধনু-কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। দূৰ সংবাদত আনন্দিত হব পাৰে। ব্যৱসায়ত আশানুৰুপ ফল লাভ কৰিব। প্ৰেমত শুভ। শুভ নম্বৰ-২, শুভ ৰং-বগা আৰু গুলপীয়া

মকৰ-নতুন ব্যৱসায় আৰম্ভ হ’ব। ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন। পদোন্নতিৰ যোগ। শুভ নম্বৰ-৪, শুভ ৰং-পাতল নীলা

কুম্ভ-নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়। চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব। শুভ নম্বৰ-৩, শুভ ৰং-সেউজীয়া

মীন-নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে। ব্যৱসায়ত কিছু বাধাৰ সন্মুখীন হব পাৰে। শুভ নম্বৰ-৫, শুভ ৰং- ৰঙা

Tags: #AssamAstrologyDaily Horoscope

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025