• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 22, 2026
21 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰে’লত যাত্ৰা কৰা সকলৰ বাবে বেয়া খবৰ! ১ জুলাইৰ পৰা বৃদ্ধি পাব ভাড়া

Nation NE by Nation NE
June 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰে’লত যাত্ৰা কৰা সকলৰ বাবে বেয়া খবৰ! ১ জুলাইৰ পৰা বৃদ্ধি পাব ভাড়া

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰে’লেৰে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে বেয়া খবৰ। চলিত বছৰৰ ১ জুলাইৰ পৰা নতুন ভাড়া কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল বিভাগে। এই বৰ্ধিত মূল্য দীৰ্ঘ দূৰত্ব আৰু এচি ৰে’লৰ বাবে প্ৰযোজ্য হ’ব। অৱশ্যে লোকেল ৰে’লৰ ভাড়া বৃদ্ধি কৰা নহয় বুলি জানিব পৰা গৈছে।

আনহাতে একে সময়তে মাহেকীয়া পাছৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। মাহিলী ছিজন টিকট (এম এছ টি) কেৱল পুৰণি ৰেটত উপলব্ধ হ’ব।

সূত্ৰ অনুসৰি ৰে’লৱেই যাত্ৰীসকলৰ ওপৰত নূন্যতম প্ৰভাৱ পেলাই সেৱাৰ উন্নতিৰ লক্ষ্যৰে এই পৰিৱৰ্তন কৰিছে।

নতুন শুল্ক অনুসৰি ৫০০ কিলোমিটাৰ পৰ্যন্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ কোনো পৰিৱৰ্তন নহ’ব যদিও ৫০০ কিলোমিটাৰৰ অধিক দূৰত্বৰ বাবে প্ৰতি কিলোমিটাৰত আধা পইচাকৈ ভাড়া বৃদ্ধি কৰা হ’ব। আনহাতে, মেইল/এক্সপ্ৰেছ (নন-এচি) ৰে’লত প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি পাব। এচি ক্লাছত প্ৰতি কিলোমিটাৰত ২ পইচা বৃদ্ধি কৰা হ’ব।

মাত্ৰ কিছু দিন পূৰ্বে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে বিভিন্ন ৰে’লত বিভিন্ন শিতানৰ ভাড়া তাত প্ৰদান কৰা সা-সুবিধাৰ ওপৰত ভিত্তি কৰি লোৱা হয় আৰু বিভিন্ন ধৰণৰ যাত্ৰী শ্ৰেণীৰ বাবে বিভিন্ন ৰে’ল সেৱাৰ ব্যৱস্থা কৰা হয়।

সংসদত এক প্ৰশ্নৰ উত্তৰত বৈষ্ণৱে কৈছিল যে ভাৰতীয় ৰে’লৱেই ভ্ৰমণৰ খৰচ, খৰচ, যাত্ৰীৰ ব্যয়সাধ্যতা, অন্যান্য পৰিবহণ পদ্ধতিৰ পৰা আৰ্থ-সামাজিক দিশ আদিৰ প্ৰতি লক্ষ্য ৰাখি ভাড়া নিৰ্ধাৰণ কৰে।

Tags: Price HikeRailwayTrainTrain Ticket

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ ভাল খবৰ! ভাৰতীয় বন্দৰত উপস্থিত LPG কঢ়িয়াই অনা জাহাজ
Top News

March 22, 2026
মগজুত পেলায় নেতিবাচক প্ৰভাৱ! এইসমূহ খাদ্য ত্যাগ নকৰিলে আপুনিও সন্মুখীন হ’ব নানা সমস্যাৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

৪৮ ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ‘ষ্ট্ৰেইট অৱ হৰমুজ’, অন্যথা ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ ভাবুকি ট্ৰাম্পৰ

March 22, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 22, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 22, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 22, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ ভাল খবৰ! ভাৰতীয় বন্দৰত উপস্থিত LPG কঢ়িয়াই অনা জাহাজ

মগজুত পেলায় নেতিবাচক প্ৰভাৱ! এইসমূহ খাদ্য ত্যাগ নকৰিলে আপুনিও সন্মুখীন হ’ব নানা সমস্যাৰ

৪৮ ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ‘ষ্ট্ৰেইট অৱ হৰমুজ’, অন্যথা ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ ভাবুকি ট্ৰাম্পৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025