• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সচাঁকৈয়ে ট্ৰাম্প হ’ব নেকি নতুন পোপ? ছচিয়েল মিডিয়াত ভাইৰেল ছবি, সত্য কি?

Nation NE by Nation NE
May 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সচাঁকৈয়ে ট্ৰাম্প হ’ব নেকি নতুন পোপ? ছচিয়েল মিডিয়াত ভাইৰেল ছবি, সত্য কি?
Share on FacebookShare on TwitterWhatsApp

পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ পিছত ভেটিকানে এতিয়া নতুন পোপৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে নতুন পোপ বিষয়ে কেতিয়া ঘোষণা কৰা হ’ব সেই সন্দৰ্ভত কোনো তথ্য নাই।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এখন ছবি পোহৰলৈ আহিছে। ছবিখনত ট্ৰাম্পক পোপৰ দৰে সাজ-পোছাক পৰিধান কৰি চকী এখনত বহি থকা দেখা গৈছে। এই ফটোখন ট্ৰাম্পৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰা হৈছে।

ট্ৰাম্পে পোষ্ট কৰা এই ছবিখনত তেওঁ চকী এখনত বহি পোপৰ দৰে পোজ দিছে। এই পোষ্টটোৱে ছচিয়েল মিডিয়াত উত্তাল কৰি তুলিছে।

পোপ ফ্ৰান্সিছৰ মৃত্যুক লৈ একাংশ লোকে ইয়াক কৌতুক বুলি অভিহিত কৰিছে। আচলতে এই ছবিখন AI জেনেৰেটেড। এই ছবিখনো ভাইৰেল হৈছে কাৰণ কিছুদিন পূৰ্বে ট্ৰাম্পে ধেমালিতে কৈছিল যে তেওঁ পোপ হ’ব বিচাৰিব। একাংশ লোকে এই ছবিখন ধেমালি হিচাপে লৈছে, আনহাতে একাংশই ট্ৰাম্পক পোপ ফ্ৰান্সিছৰ মৃত্যুক লৈ ঠাট্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, যোৱা মাহত পোপ ফ্ৰান্সিছৰ মৃত্যু হৈছিল। ট্ৰাম্পকে ধৰি বহু ডাঙৰ ব্যক্তিয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ ভেটিকানত নতুন পোপ নিৰ্বাচনৰ বাবে চিমনি স্থাপন কৰা হৈছিল। অৰ্থাৎ ইয়াৰ দ্বাৰা নতুন পোপ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ ইংগিত পোৱা গৈছিল। নতুন পোপৰ কথা হয়তো অতি সোনকালে ঘোষণা কৰা হ’ব।

ট্ৰাম্পৰ এই এআই জেনেৰেটেড ফটোখনক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে ইয়াক ঘৃণনীয় আৰু অপমানজনক বুলি অভিহিত কৰিছে। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এয়া কেথলিকসকলৰ বাবে অপমানজনক।কেথলিকসকলৰ নতুন পোপ নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক উপহাস নকৰিবলৈ আহ্বান জনাই বহুজনে।

Tags: catholicpopeTrump

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025