• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শপতগ্ৰহণৰ পূৰ্বে আন এগৰাকী ভাৰতীয়ৰ ওপৰত আস্থা প্ৰকাশ ট্ৰাম্প চৰকাৰৰ

Nation NE by Nation NE
December 23, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শপতগ্ৰহণৰ পূৰ্বে আন এগৰাকী ভাৰতীয়ৰ ওপৰত আস্থা প্ৰকাশ ট্ৰাম্প চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

২০ জানুৱাৰীত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব। শপত লোৱাৰ পূৰ্বে ট্ৰাম্পে নিজৰ দল প্ৰস্তুত কৰি আছে। দেওবাৰে ট্ৰাম্পে ভাৰতীয় আমেৰিকান উদ্যোগী তথা লেখক শ্ৰীৰাম কৃষ্ণনক কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰত হোৱাইট হাউছৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়ে।

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ওপৰত কেইবাটাও নিযুক্তি ঘোষণা কৰি দেওবাৰে ট্ৰাম্পে কয় যে, শ্ৰীৰাম কৃষ্ণনে হোয়াইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

শ্ৰীৰামৰ নিযুক্তিৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয় যে, ডেভিদ চেক্সৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি শ্ৰীৰামে AI আৰু সমগ্ৰ চৰকাৰখনতে আমেৰিকাৰ নেতৃত্ব অব্যাহত ৰখাত গুৰুত্ব দিব, য’ত ৰাষ্ট্ৰপতিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উপদেষ্টা পৰিষদৰ সৈতে কাম কৰি নীতি গঠন আৰু সমন্বয়ত সহায় কৰিব।

উল্লেখ্য যে, মাইক্ৰ’ছফটত উইণ্ড’জ এজুৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্ৰীৰামে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

কৃষ্ণনৰ এই নিযুক্তিক ভাৰতীয় আমেৰিকান সমাজে আদৰণি জনায়। ইণ্ডিয়াস্পোৰাৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ যোশিপুৰাই কয় যে, তেওঁ শ্ৰীৰাম কৃষ্ণনক আন্তৰিকতাৰে অভিনন্দন জনাই আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক হোৱাইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়াত আনন্দিত হয়।

ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ বহু বিষয়াই। ভাৰতীয় মূলৰ কাছ পেটেলক এফ বি আইৰ সঞ্চালক হিচাপে নিযুক্তি দিছে ট্ৰাম্পে।

ইলন মাস্কৰ লগতে এই চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিবেক ৰামাস্বামীয়ে। ন্যায় বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানত সম্ভাৱ্য গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে হৰমীত ধিলন আৰু জয় ভট্টাচাৰ্যই। ইয়াৰ উপৰিও নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ পত্নী উছা ভ্যান্স হ’ব প্ৰথমগৰাকী দক্ষিণ এছিয়ান আমেৰিকান দ্বিতীয় মহিলা।

Tags: AmericaPresidentTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025