• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩০ দিনত অন্ত পৰিব ট্ৰাম্প শাসনৰ! কাৰ ভৱিষ্যতদ্বাণীয়ে সৃষ্টি কৰিলে হুলস্থলীয়া পৰিৱেশৰ?

Nation NE by Nation NE
February 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সংকটত ৭ লাখ ২৫ হাজাৰ ভাৰতীয়ৰ নিৰাপত্তা! আমেৰিকাৰ পৰা ওভোতাই পঠিওৱা হ’ব নেকি এই লোকসকলক?
Share on FacebookShare on TwitterWhatsApp

২০ জানুৱাৰীত আমেৰিকাৰ ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ বহুতো ডাঙৰ আৰু আচৰিত ধৰণৰ সিদ্ধান্ত লয়, যাৰ প্ৰভাৱ কেৱল আমেৰিকাতে নহয় ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে দেখা যায়। এই সিদ্ধান্তসমূহৰ ভিতৰত আছিল শুল্ক, অবৈধ অনুপ্ৰৱেশ, গ্ৰীণলেণ্ড দখল, আৰু বহুতো সিদ্ধান্ত।

ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া বহু প্ৰতিশ্ৰুতি পূৰণৰ বাবে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰে। অৱশ্যে তেওঁৰ বহু সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনোৱা হয়।

আমেৰিকাৰ ডেম’ক্ৰেটিক পাৰ্টিৰ জ্যেষ্ঠ কৌশলবিদ জেমছ কাৰ্ভিলে কয় যে, ট্ৰাম্পৰ এই প্ৰশাসনৰ ৩০ দিনতকৈও কম সময়ৰ ভিতৰতে পতন ঘটিব পাৰে। কিয়নো দেশৰ জনসাধাৰণ ট্ৰাম্প প্ৰশাসনক লৈ ভাগৰি পৰিছে।

তেওঁ দাবী কৰে যে, ট্ৰাম্পৰ বহু সিদ্ধান্তই জনসাধাৰণৰ অসন্তুষ্টি বৃদ্ধি কৰিছে। বিশেষকৈ কাৰ্ভিলে অনুপ্ৰৱেশৰ নিষেধাজ্ঞা আৰু হিজড়া অধিকাৰৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনৰ কাৰ্য্যকলাপক লক্ষ্য কৰি লয়। তেওঁ কয় যে, এই সিদ্ধান্তসমূহে জনসাধাৰণৰ চিন্তা বৃদ্ধি কৰিছে আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশতে দেখা গৈছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও জেমছ কাৰ্ভিলৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “ট্ৰুথ”ত লিখে যে, তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিপুল ব্যৱধানত জয়ী হয়, সকলো ছুইং ষ্টেটতেই তেওঁ জয়ী হয়। তেওঁৰ হাতত এতিয়া সৰ্বশ্ৰেষ্ঠ ভোটগ্ৰহণৰ সংখ্যা আছে।

ট্ৰাম্প প্ৰশাসনৰ বহু সিদ্ধান্তক লৈ আমেৰিকাৰ জনসাধাৰণৰ মাজত বিভাজন দেখা গৈছে। কিছুমানে তেওঁৰ কঠোৰ অনুপ্ৰৱেশ আৰু অৰ্থনৈতিক নীতিক সমৰ্থন কৰিলেও বহুতে তেওঁৰ নীতিক সংবেদনহীন আৰু বিভাজনকাৰী বুলি ভাবে। ট্ৰাম্পৰ বহু সিদ্ধান্তকো আদালতত প্ৰত্যাহ্বান জনোৱাৰ ফলত তেওঁৰ নীতিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Tags: AmericaDEMOCRATICTrump

Related Posts

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

শীৰ্ষ সংবাদ

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025