• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, January 31, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাকুম্ভত মুছলমান দেশৰ মহিলা, আয়োজন দেখি হৈ পৰিল আৱেগিক

Nation NE by Nation NE
January 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাকুম্ভত মুছলমান দেশৰ মহিলা, আয়োজন দেখি হৈ পৰিল আৱেগিক
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত চলি আছে মহাকুম্ভ। সনাতনী ধৰ্মৰ এই পৱিত্ৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ প্ৰয়াগৰাজৰ সংগমস্থলীত উপস্থিত হৈছে লাখ লাখ ভক্ত।

বিদেশী অতিথিকো আমন্ত্ৰণ কৰা হৈছে এই মেলালৈ। বৃহস্পতিবাৰে মহাকুম্ভৰ চতুৰ্থ দিনটোত ১০খন দেশৰ পৰা অহা বিদেশী অতিথিৰ ২১ জনীয়া এটা দল ভাৰতত উপস্থিত হয়। তেওঁলোকে এই মহাকুম্ভ মেলা পৰিদৰ্শন কৰে। এই পৱিত্ৰ অনুষ্ঠানৰ কাৰুকাৰ্য দেখি সকলো অভিভূত হৈ পৰিছে। ইফালে বিদেশী অতিথিৰ দলত অন্তৰ্ভুক্ত ইউ এ ইৰ মুছলমান মহিলা এগৰাকীয়ে মহাকুম্ভ মেলাৰ আয়োজন দেখি আৱেগিক হৈ পৰে।

মহাকুম্ভ ভ্ৰমণ কৰা বিদেশ প্ৰতিনিধি দলৰ একমাত্ৰ মুছলমান মহিলা চেলি এল আজাব। তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা আহিছে। মহাকুম্ভ মেলাৰ আয়োজন দেখি তেওঁ আচৰিত হয়। এই অনুষ্ঠানক তেওঁ বিশ্বৰ একতাৰ বাৰ্তা বুলি অভিহিত কৰে।

সংবাদ মাধ্যমৰ সন্মুখত তেওঁ মধ্যপ্ৰাচ্যৰ পৰা ভাৰতলৈ অহা বুলি জনায়। মহাকুম্ভৰ সন্দৰ্ভত তেওঁ কয় যে, এয়া এক সুন্দৰ আশ্চৰ্যকৰ অনুষ্ঠান। এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় সমাৱেশ।

চেলি এল আজাবে মহাকুম্ভ আৰু ভাৰতীয় সংস্কৃতিৰ ধৰ্মীয় তাৎপৰ্য্য বুজিবলৈ চেষ্টা কৰে। মহাকুম্ভৰ আয়োজন কৰাৰ বাবে তেওঁ যোগী চৰকাৰক প্ৰশংসা কৰে। মহাকুম্ভক অতি সফলভাৱে আয়োজন কৰা হৈছে বুলিও তেওঁ কয়। কোটি কোটি লোকৰ নিৰাপত্তাৰ বাবে অসংখ্য আৰক্ষী বিষয়া  উপস্থিত  থাকে। এনেকুৱা এখন ডাঙৰ অনুষ্ঠানে ভাৰতত অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তা দিয়ে।

ইউ এ ইৰ চেলি এল আজাবৰ লগতে দলটোত ফিজি, ফিনলেণ্ড, গায়ানা, মালয়েছিয়া, মৰিচাছ, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ট্ৰিনিদাদ আৰু ট’বাগোৰ ২১ জনকৈ প্ৰতিনিধি ভাৰতলৈ আহে। ইফালে বিদেশী প্ৰতিনিধি দলৰ অতিথিসকলে সংগমস্থলীৰ লগতে মহাকুম্ভৰ কেইবাখনো আখৰা পৰিদৰ্শন কৰে। তেওঁলোকে ঋষি-সাধুসকলক লগ পোৱাৰ লগতে মহা কুম্ভ আৰু ভাৰতীয় সংস্কৃতিৰ বিষয়ে জানিবলৈ সক্ষম হয়।

Tags: Mahakumbha MelaPRAYAGRAJUttar Pradesh

Related Posts

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?
Top News

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 31, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025