• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

Nation NE by Nation NE
December 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। হেলমেট পিন্ধি গাড়ী চলাই আহিছিল এজন লোকে। এই দৃশ্য দেখি স্তম্ভিত হৈ পৰে পথচাৰীসকল। কৌতুহলবশত সকলো লোক তেওঁৰ ওচৰলৈ আহে।

হেলমেট পিন্ধা লোকজন হৈছে অধ্যাপক গুলশান। হেলমেট পিন্ধাৰ কাৰণ সোধাত তেওঁ কয় যে, ২৬ নৱেম্বৰত আৰক্ষীয়ে তেওঁক ১,১০০ টকাৰ  জৰিমনা বিহা হৈছিল। চালানত উল্লেখ কৰা কাৰণটো আছিল যে তেওঁ গাড়ী চলোৱাৰ সময়ত হেলমেট পিন্ধা নাছিল। গুলশানে কয় যে, তেওঁ ৪ চকীয়া বাহনত উঠিছিল আৰু ছিটবেল্ট পিন্ধি আছিল, তথাপিও তেওঁক হেলমেট নিপিন্ধা বাবে চালান কাটি দিয়া হৈছিল।

এই ঘটনাত তেওঁ ক্ষুব্ধ হৈ পৰিছিল যদিও প্ৰতিবাদৰ বাবে অন্য এক উপায় বাছি লৈছিল। গুলশানে সিদ্ধান্ত লয় যে, গাড়ী চলোৱাৰ সময়তো তেওঁ সদায় হেলমেট পৰিধান কৰিব  যাতে আৰক্ষীৰ কোনো আপত্তি নাথাকে আৰু তেওঁৰ প্ৰতিবাদ পঞ্জীয়ন কৰিব পৰা যায়।

তেওঁ বুজাই দিয়ে যে চালান জাৰি কৰাৰ পিছতো আৰ টি অ’ই এতিয়াও তেওঁৰ নামলৈ বাহনৰ পঞ্জীয়ন হস্তান্তৰ কৰা নাই। এই কথাই তেওঁক আৰু অধিক দুখ দিয়ে। সাধাৰণ মানুহৰ সমস্যাৰ প্ৰতি কিছু গুৰুত্ব দিবলৈ প্ৰশাসনক আহ্বান জনায় গুলশানে।

গুলশানে হেলমেট পৰিধান কৰি গাড়ীত গাড়ী চলোৱাৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত ডিচিপি সোণম কুমাৰে কয় যে, তেওঁ এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই। যদি কোনো অভিযোগ পোৱা যায়, তেন্তে নিশ্চিতভাৱে তদন্ত কৰা হ’ব।

Tags: HelmetUttar Pradesh

Related Posts

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

শীৰ্ষ সংবাদ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025