• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰাখণ্ডত ভয়াৱহ দুৰ্যোগ, ৪৮০ জনক নিৰাপদে উদ্ধাৰ, ক্ষতিগ্ৰস্তলৈ ৫ লাখ টকাৰ তাৎক্ষণিক সাহায্য ঘোষণা প্ৰশাষনৰ

Nation NE by Nation NE
August 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উত্তৰাখণ্ডত দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন; ৮ জনৰ কৰুণ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালী গাঁৱত সংঘটিত হোৱা ভয়াৱহ দুৰ্যোগৰ ৫মটো দিনত আৱদ্ধ হৈ থকা ৪৮০ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে সম্ভৱপৰ সকলো সহায় আৰু সকাহ দিয়াৰ কথা ঘোষণা কৰিছে।

বৰ্তমানলৈকে ৪৯ জন লোক নিৰুদ্দেশ হৈ আছে, যাৰ অনুসন্ধানৰ বাবে আইটিবিপি, এনডিআৰএফ, এছডিআৰএফ, জিলা প্ৰশাসন, ড্ৰ’ন, আধুনিক সঁজুলি আৰু ডগ স্কোয়াড নিয়োগ কৰা হৈছে। পুনৰ্বাসন আৰু জীৱিকাৰ বাবে তিনিজনীয়া এখন কমিটীও গঠন কৰা হৈছে, যিয়ে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিব।

ধৰালী, সেনজি আৰু বাংকুৰা গাঁৱৰ দুৰ্যোগৰ বাবে বহু ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। শনিবাৰে উত্তৰকাশীৰ পৰা উভতি অহাৰ পাছতেই ক্ষতিগ্ৰস্তসকলক ৫ লাখ টকাৰ তাৎক্ষণিক সাহায্য ঘোষণা কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্যও প্ৰদান কৰা হ’ব। এই পদক্ষেপে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সহায় আগবঢ়াব। সাহায্যৰ কাম ক্ষিপ্ৰ কৰিবলৈ ইউ পি চি এলে যুদ্ধৰ ভিত্তিত কাম কৰি শনিবাৰে দুৰ্যোগৰ পিছত প্ৰথমবাৰৰ বাবে কাম কৰা ধাৰাউলীত বিদ্যুৎ পুনৰুদ্ধাৰ কৰে। ইয়াৰ ফলত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখাত সহজ হৈ পৰে।

একে সময়তে উত্তৰাখণ্ড আৰক্ষীয়ে ধৰালী দুৰ্যোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়াৰ বাবে ডেৰাডুন কোতৱালিৰ ৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মুখ্যমন্ত্ৰী ধামীয়ে বিৰোধী দলক এই দুৰ্যোগক লৈ ৰাজনীতি নকৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে এই সংকটৰ সময়ত সকলোৱে ইতিবাচক হৈ থাকিব লাগে আৰু ক্ষতিগ্ৰস্তক সহায় কৰিব লাগে। এই সময় ৰাজনীতিৰ নহয়, এই সময় হৈছে সকাহ দিয়াৰ সময়।

Tags: #FloodCloudburstUttarakhand

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025