• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন সুৰা নীতিৰ বাবে ২০০০ কোটিৰো অধিক টকাৰ লোকচান দিল্লী চৰকাৰৰ : CAGৰ প্ৰতিবেদনত এই তথ্য

Nation NE by Nation NE
February 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নতুন সুৰা নীতিৰ বাবে ২০০০ কোটিৰো অধিক টকাৰ লোকচান দিল্লী চৰকাৰৰ : CAGৰ প্ৰতিবেদনত এই তথ্য
Share on FacebookShare on TwitterWhatsApp

২৭ বছৰৰ পাছত দিল্লীৰ শাসনলৈ উভতি অহা বিজেপিৰ এতিয়া লক্ষ্য হৈ পৰিছে কেজৰিৱাল নেতৃত্বাধীন আপ। মঙলবাৰে দিল্লী বিধানসভাত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই নতুন আবকাৰী নীতি সন্দৰ্ভত কেগৰ ৰিপৰ্ট দাখিল কৰে। এই অডিট ২০১৭-১৮ৰ পৰা ২০২০-২১ লৈ।

এই প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, দিল্লী সুৰা নীতি সলনি কৰাৰ ফলত ২,০০২ কোটি টকাৰ লোকচান হৈছে। কেগৰ প্ৰতিবেদন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাই কয় যে মই আচৰিত হৈছো যে ২০১৭-১৮ চনৰ পিছত বিধানসভাত দাখিল কৰা নাই কেগৰ প্ৰতিবেদন।

তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ প্ৰতিলিপি সদনৰ আন সদস্যসকলৰ মাজত বিতৰণ কৰিবলৈও নিৰ্দেশ দিয়ে।

কেগৰ প্ৰতিবেদনত কি আছে জানো আহক

নতুন আবকাৰী পলিচিৰ ফলত দিল্লী চৰকাৰৰ লোকচান হৈছে প্ৰায় ২০০০ কোটি টকা

পূৰ্বে এজন লোকে এখনহে লাইচেঞ্চ লাভ কৰিছিল

নতুন পলিচি অনুসৰি এজন লোকে দুই ডজনৰো অধিক লাইচেঞ্চ ল’ব পাৰে

দিল্লীত পূৰ্বতে ৬০ শতাংশ সুৰাৰ বিক্ৰী কেৱল ৪ চৰকাৰী কৰ্পৰেচনৰ জৰিয়তে হৈছিল

নতুন পলিচিত যিকোনো ব্যক্তিগত কোম্পানীয়ে ৰিটেইল অনুজ্ঞাপত্ৰ ল’ব পাৰিব

সুৰা বিক্ৰীৰ কমিচন ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি

সুৰা বিতৰক আৰু সুৰা প্ৰস্তুতকাৰী কোম্পানীকো পাইকাৰী অনুজ্ঞাপত্ৰ দিয়া হৈছিল

অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে আৰ্থিক বা অপৰাধজনিত গোচৰত জড়িত নেকি সেয়াও তদন্ত কৰা হোৱা নাই

সুৰা অনুজ্ঞাপত্ৰ দিয়াত ৰাজনৈতিক হস্তক্ষেপ

সুৰা জ’নৰ বাবে ১০০ কোটি টকাৰ বিনিয়োগৰ প্ৰয়োজন আছিল যদিও নতুন নীতিত ইয়াক বাতিল কৰা হয়

কেবিনেটৰ মঞ্জুৰিৰ বাবে নিয়ম উলংঘন

সুৰাৰ দোকান খোলাৰ নিয়ম উলংঘা কৰি অবৈধ সুৰাৰ দোকান মুকলি

ঘৰুৱা আৰু মিশ্ৰিত ভূমিত সুৰাৰ বিপণী মুকলি

লোৱা নাছিল MCD আৰু DDAৰ অনুমোদন

ভুল ঠাইত সুৰাৰ দোকান খোলা হৈছিল

সুৰাৰ মানদণ্ডৰ লগত আপোচ কৰা হৈছিল

গুণগত মান আৰু বিআইএছৰ প্ৰতিবেদন নথকা সত্ত্বেও সুৰা বিক্ৰীৰ অনুমতি দিয়া হৈছিল

কিছুমান সুৰা পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হৈছিল, কিন্তু তদন্তত দেখা গৈছে যে এই লেবসমূহ অকৰ্তৃত্বশীল আছিল

বিদেশী সুৰাৰ ক্ষেত্ৰত ৫১ শতাংশ প্ৰতিবেদন পুৰণি বা নোহোৱা কৰা হৈছিল

সুৰাৰ ক্ষতিকাৰক উপাদানৰ প্ৰতিবেদনক আওকান কৰা হৈছিল

সুৰাৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাছিল

অবৈধ সুৰা বিক্ৰীক উৎসাহিত কৰা হৈছিল

উল্লেখ্য যে, কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২১-২০২২ চনৰ আবকাৰী নীতিৰ বাবে দিল্লী চৰকাৰৰ ২ হাজাৰ কোটিৰো অধিক টকাৰ লোকচান হৈছে। ইয়াৰ বাবে বহু কাৰণ জগৰীয়া আছিল, দুৰ্বল নীতিৰ কাঠামোৰ পৰা আৰম্ভ কৰি আবকাৰী নীতি ৰূপায়ণৰ ভুললৈকে।

Tags: BJPCAGDelhi GOvtLiquor PolicyRekha Gupta

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025