• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন সুৰা নীতিৰ বাবে ২০০০ কোটিৰো অধিক টকাৰ লোকচান দিল্লী চৰকাৰৰ : CAGৰ প্ৰতিবেদনত এই তথ্য

Nation NE by Nation NE
February 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নতুন সুৰা নীতিৰ বাবে ২০০০ কোটিৰো অধিক টকাৰ লোকচান দিল্লী চৰকাৰৰ : CAGৰ প্ৰতিবেদনত এই তথ্য
Share on FacebookShare on TwitterWhatsApp

২৭ বছৰৰ পাছত দিল্লীৰ শাসনলৈ উভতি অহা বিজেপিৰ এতিয়া লক্ষ্য হৈ পৰিছে কেজৰিৱাল নেতৃত্বাধীন আপ। মঙলবাৰে দিল্লী বিধানসভাত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই নতুন আবকাৰী নীতি সন্দৰ্ভত কেগৰ ৰিপৰ্ট দাখিল কৰে। এই অডিট ২০১৭-১৮ৰ পৰা ২০২০-২১ লৈ।

এই প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, দিল্লী সুৰা নীতি সলনি কৰাৰ ফলত ২,০০২ কোটি টকাৰ লোকচান হৈছে। কেগৰ প্ৰতিবেদন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাই কয় যে মই আচৰিত হৈছো যে ২০১৭-১৮ চনৰ পিছত বিধানসভাত দাখিল কৰা নাই কেগৰ প্ৰতিবেদন।

তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ প্ৰতিলিপি সদনৰ আন সদস্যসকলৰ মাজত বিতৰণ কৰিবলৈও নিৰ্দেশ দিয়ে।

কেগৰ প্ৰতিবেদনত কি আছে জানো আহক

নতুন আবকাৰী পলিচিৰ ফলত দিল্লী চৰকাৰৰ লোকচান হৈছে প্ৰায় ২০০০ কোটি টকা

পূৰ্বে এজন লোকে এখনহে লাইচেঞ্চ লাভ কৰিছিল

নতুন পলিচি অনুসৰি এজন লোকে দুই ডজনৰো অধিক লাইচেঞ্চ ল’ব পাৰে

দিল্লীত পূৰ্বতে ৬০ শতাংশ সুৰাৰ বিক্ৰী কেৱল ৪ চৰকাৰী কৰ্পৰেচনৰ জৰিয়তে হৈছিল

নতুন পলিচিত যিকোনো ব্যক্তিগত কোম্পানীয়ে ৰিটেইল অনুজ্ঞাপত্ৰ ল’ব পাৰিব

সুৰা বিক্ৰীৰ কমিচন ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি

সুৰা বিতৰক আৰু সুৰা প্ৰস্তুতকাৰী কোম্পানীকো পাইকাৰী অনুজ্ঞাপত্ৰ দিয়া হৈছিল

অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে আৰ্থিক বা অপৰাধজনিত গোচৰত জড়িত নেকি সেয়াও তদন্ত কৰা হোৱা নাই

সুৰা অনুজ্ঞাপত্ৰ দিয়াত ৰাজনৈতিক হস্তক্ষেপ

সুৰা জ’নৰ বাবে ১০০ কোটি টকাৰ বিনিয়োগৰ প্ৰয়োজন আছিল যদিও নতুন নীতিত ইয়াক বাতিল কৰা হয়

কেবিনেটৰ মঞ্জুৰিৰ বাবে নিয়ম উলংঘন

সুৰাৰ দোকান খোলাৰ নিয়ম উলংঘা কৰি অবৈধ সুৰাৰ দোকান মুকলি

ঘৰুৱা আৰু মিশ্ৰিত ভূমিত সুৰাৰ বিপণী মুকলি

লোৱা নাছিল MCD আৰু DDAৰ অনুমোদন

ভুল ঠাইত সুৰাৰ দোকান খোলা হৈছিল

সুৰাৰ মানদণ্ডৰ লগত আপোচ কৰা হৈছিল

গুণগত মান আৰু বিআইএছৰ প্ৰতিবেদন নথকা সত্ত্বেও সুৰা বিক্ৰীৰ অনুমতি দিয়া হৈছিল

কিছুমান সুৰা পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হৈছিল, কিন্তু তদন্তত দেখা গৈছে যে এই লেবসমূহ অকৰ্তৃত্বশীল আছিল

বিদেশী সুৰাৰ ক্ষেত্ৰত ৫১ শতাংশ প্ৰতিবেদন পুৰণি বা নোহোৱা কৰা হৈছিল

সুৰাৰ ক্ষতিকাৰক উপাদানৰ প্ৰতিবেদনক আওকান কৰা হৈছিল

সুৰাৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাছিল

অবৈধ সুৰা বিক্ৰীক উৎসাহিত কৰা হৈছিল

উল্লেখ্য যে, কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২১-২০২২ চনৰ আবকাৰী নীতিৰ বাবে দিল্লী চৰকাৰৰ ২ হাজাৰ কোটিৰো অধিক টকাৰ লোকচান হৈছে। ইয়াৰ বাবে বহু কাৰণ জগৰীয়া আছিল, দুৰ্বল নীতিৰ কাঠামোৰ পৰা আৰম্ভ কৰি আবকাৰী নীতি ৰূপায়ণৰ ভুললৈকে।

Tags: BJPCAGDelhi GOvtLiquor PolicyRekha Gupta

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025