• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
22 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লাহোৰত জন্ম হোৱা আব্বাছে অভিষেক মেচতেই পাকিস্তানৰ বিৰুদ্ধে ৰচিলে ইতিহাস

Nation NE by Nation NE
March 29, 2025
in Top News, ক্ৰীড়া
0 0
লাহোৰত জন্ম হোৱা আব্বাছে অভিষেক মেচতেই পাকিস্তানৰ বিৰুদ্ধে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ আজি নেপিয়াৰত অনুষ্ঠিত হয়। এই মেচখনতেই নিউজিলেণ্ডৰ হৈ অভিষেক ঘটা মহম্মদ আৰ্ছলান আব্বাছে ৰচিলে এক বিশেষ অভিলেখ।

অভিষেক এদিনীয়া মেচত সৰ্বাধিক দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে আব্বাছ। ২১ বছৰীয়া বেটছমেনগৰাকীয়ে মাত্ৰ ২৪টা বলত অৰ্ধশতক অৰ্জন কৰি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে।

আব্বাছৰ পূৰ্বে এই অভিলেখ আছিল সম্প্ৰতি ভাৰতীয় দলৰ পৰা বাহিৰ হৈ থকা অলৰাউণ্ডাৰ ক্ৰুনাল পাণ্ডিয়াৰ নামত। পাণ্ডিয়াই অভিষেক এদিনীয়াত ২৬টা বলত অৰ্ধশতক অৰ্জন কৰিছিল।

উল্লেখ্য যে, আজি নেপিয়াৰত আব্বাছে খেলা এই দৰ্শনীয় ইনিংছৰ পিছত সকলোৱে এই খেলুৱৈগৰাকীৰ বিষয়ে জানিব বিচাৰে। জানো আহক তেওঁৰ বিষয়ে..

২০০৩ চনৰ ২৯ নৱেম্বৰত পাকিস্তানৰ পঞ্জাৱ চহৰৰ লাহোৰত জন্ম হৈছিল আব্বাছৰ। তেওঁৰ পিতৃৰ নাম আজহাৰ আব্বাছ। আজহাৰ আছিল পাকিস্তানৰ মধ্যম গতিৰ বলাৰ। কিন্তু যেতিয়া তেওঁ পাকিস্তানত কোনো সফলতা লাভ নকৰিলে, তেতিয়া তেওঁ নিউজিলেণ্ডলৈ আহে। ইয়াত তেওঁ ৱেলিংটনৰ কাঅ’ৰী ক্লাবৰ সৈতে অংশগ্ৰহণ কৰিছিল। কিন্তু নিউজিলেণ্ড দলৰ হৈ অভিষেক ঘটোৱাত ব্যৰ্থ হয়।

আজহাৰ আব্বাছে নিউজিলেণ্ডৰ হৈ খেলাৰ সুযোগ লাভ নকৰিলেও তেওঁৰ পুত্ৰই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভৰি দিয়েই বিশেষ সফলতা লাভ কৰিলে। মহম্মদ আৰ্ছলান আব্বাছৰ বৰ্তমান বয়স ২১ বছৰ। সোঁহতীয়া বেটছমেন আব্বাছে মধ্যম গতিত বলিঙো কৰে।

ইফালে আজিৰ অভিষেক মেচত মহম্মদ আৰ্ছলান আব্বাছে ষষ্ঠ স্থানত বেটিং কৰিবলৈ আহি ২৬টা বলত ২০০ ষ্ট্ৰাইক ৰেটেৰে ৫২ ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয়। তেওঁৰ ইনিংছত আছিল তিনিটা চাৰি আৰু তিনিটা ছয়।

উল্লেখ্য যে, এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত প্ৰথমে বেট ধৰি নিউজিলেণ্ড দলে ৩৪৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে পাকিস্তানক। কিন্তু ৪৪.১ অভাৰতে ২৭১ ৰান সংগ্ৰহ কৰি নিজৰ ইনিংছ সামৰে পাকিস্তানে। ৭৩ ৰানত বিজয়ী হৈ এইদৰে নিউজিলেণ্ড দলে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে।

Tags: Muhammad AbbasNew ZealandPakistan

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025