• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৫ বছৰত হেৰুৱাইছিল এখন ভৰি; পেৰালিম্পিকত স্বৰ্ণ পদক অৰ্জনেৰে উজ্বলালে ভাৰতৰ নাম

Nation NE by Nation NE
September 2, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
১৫ বছৰত হেৰুৱাইছিল এখন ভৰি; পেৰালিম্পিকত স্বৰ্ণ পদক অৰ্জনেৰে উজ্বলালে ভাৰতৰ নাম
Share on FacebookShare on TwitterWhatsApp

ফ্ৰান্সৰ পেৰিছত চলি থকা পেৰালিম্পিক ২০২৪ৰ বেডমিণ্টনত স্বৰ্ণ পদক মেচত ডেনিয়েল বেথেলক পৰাস্ত কৰি ভাৰতীয় পেৰা খেলুৱৈ নীতেশ কুমাৰে লাভ কৰিলে স্বৰ্ণ পদক। নীতেশে যুক্তৰাজ্যৰ বেথেলক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।

এইদৰে নীতেশৰ জৰিয়তে ভাৰতে লাভ কৰে নৱমটো পদক। নীতেশৰ উজ্বল প্ৰদৰ্শনৰ বাবেই মেডেল তালিকাত এতিয়া ২টা স্বৰ্ণ পদক আছে ভাৰতৰ।

উল্লেখ্য যে, মাত্ৰ ১৫ বছৰ বয়সত ৰেল দুৰ্ঘটনাত এখন ভৰি হেৰুৱাইছিল নীতেশে। ২০১৫ চনত এক অনাকাংক্ষিত দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা নীতেশে জীৱন যুঁজত হাৰ নামানি নিজৰ লক্ষ্যত উপনীত হয়।

১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ৰাজস্থানৰ বাস কীৰ্তনত জন্মগ্ৰহণ কৰিছিল নীতেশে। কিন্তু ক্ৰীড়াৰ প্ৰতি তেওঁৰ যথেষ্ট আকৰ্ষণ আছিল। ভৰি হেৰুৱাৰ পিছতো তেওঁ ক্ৰীড়া অনুশীলন অব্যাহত ৰাখিছিল।

এইদৰে ২০১৬ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। মাত্ৰ কেইবছৰমানৰ ভিতৰতে তেওঁ অনুৰাগীৰ মাজত যথেষ্ট নাম উজলাইছিল। ২০১৭ চনত তেওঁ আইৰিছ পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খিতাপ দখল কৰে।

২০১৯ চনত নীতেশ হাৰিয়ানাৰ এখন ক’ৰ্টত বেডমিণ্টনৰ জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ অধীনত বহু যুৱক-যুৱতীক প্ৰশিক্ষণো দিছিল। সেই বছৰতে বেচেলত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক আৰু ডাবলছত স্বৰ্ণ পদক লাভ কৰে নীতিশে। ডাবলছত তেওঁৰ সহযোগী আছিল তৰুণ ধিলন।

ইয়াৰ ঠিক ৩ বছৰৰ পাছত ২০২২ চনত টকিঅ’ত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত তৰুণে ৰূপৰ পদক লাভ কৰে। একে সময়তে এইবাৰ ২০২৪ চনত তেওঁ বিশ্ব চেম্পিয়নশ্বিপত একক মেচত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

Tags: #BadmintonNitesh KumarParalympics

Related Posts

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ
Top News

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025