• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

Nation NE by Nation NE
July 12, 2025
in Top News, BIG BREAKING, অসম
0 0
অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

ধুবুৰী জিলাৰ তামাৰহাটৰ পৰা আহিছে এটা অত্যন্ত মৰ্মান্তিক খবৰ। শনিবাৰে অঞ্চলটোৰ শগুণচৰা গাঁৱৰ এটা পৰিয়ালৰ তিনিগৰাকী সদস্যই নিজা বাসগৃহৰ ভিতৰত জীৱনৰ চৰম পন্থা গ্ৰহণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

জীৱনৰ এই চৰম পন্থা লোৱা তিনিগৰাকীৰ ভিতৰত আছে মাতৃ আৰু দুই কন্যা। আত্মহত্যা কৰা তিনিগৰাকীক ক্ৰমে মাতৃ শুকলতা ৰায়, কন্যা দিতিমণি ৰায় (১০) আৰু কনিকা ৰায় (৪) বুলি চিনাক্ত কৰা হৈছে।

ইফালে হঠাতে পত্নী আৰু দুই কন্যাক হেৰুৱাই শোকত ভাগি পৰিছে স্বামী তথা পিতৃ দীপক ৰায়। পত্নী আৰু দুই কন্যাই কি কাৰণত এই চৰম পন্থা গ্ৰহণ কৰিলে সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

ইফালে এই মৰ্মান্তিক খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত গোলকগঞ্জৰ চক্ৰ আৰক্ষী বিষয়া ৰাতুল হালৈৰ নেতৃত্বত এটা দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে বুলিও জনাই আৰক্ষী বিষয়াজনে।

Tags: DhubriSuicideTAMARHAT

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025