• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 25, 2026
28 °c
Guwahati
27 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

Nation NE by Nation NE
July 12, 2025
in Top News, BIG BREAKING, অসম
0 0
অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

ধুবুৰী জিলাৰ তামাৰহাটৰ পৰা আহিছে এটা অত্যন্ত মৰ্মান্তিক খবৰ। শনিবাৰে অঞ্চলটোৰ শগুণচৰা গাঁৱৰ এটা পৰিয়ালৰ তিনিগৰাকী সদস্যই নিজা বাসগৃহৰ ভিতৰত জীৱনৰ চৰম পন্থা গ্ৰহণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

জীৱনৰ এই চৰম পন্থা লোৱা তিনিগৰাকীৰ ভিতৰত আছে মাতৃ আৰু দুই কন্যা। আত্মহত্যা কৰা তিনিগৰাকীক ক্ৰমে মাতৃ শুকলতা ৰায়, কন্যা দিতিমণি ৰায় (১০) আৰু কনিকা ৰায় (৪) বুলি চিনাক্ত কৰা হৈছে।

ইফালে হঠাতে পত্নী আৰু দুই কন্যাক হেৰুৱাই শোকত ভাগি পৰিছে স্বামী তথা পিতৃ দীপক ৰায়। পত্নী আৰু দুই কন্যাই কি কাৰণত এই চৰম পন্থা গ্ৰহণ কৰিলে সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

ইফালে এই মৰ্মান্তিক খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত গোলকগঞ্জৰ চক্ৰ আৰক্ষী বিষয়া ৰাতুল হালৈৰ নেতৃত্বত এটা দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে বুলিও জনাই আৰক্ষী বিষয়াজনে।

Tags: DhubriSuicideTAMARHAT

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

May 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 25, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025