• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

WTC ২০২৫-২৭: ক’ত কোন দলৰ সৈতে মুখামুখি হ’ব টীম ইণ্ডিয়াৰ?

Nation NE by Nation NE
December 19, 2024
in Top News, ক্ৰীড়া
0 0
WTC ২০২৫-২৭: ক’ত কোন দলৰ সৈতে মুখামুখি হ’ব টীম ইণ্ডিয়াৰ?
Share on FacebookShare on TwitterWhatsApp

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ বৰ্তমান শেষ পৰ্যায়ত। বৰ্তমানৰ পৰ্যায়টো সম্পূৰ্ণ ৰোমাঞ্চৰে ভৰি আছে। প্ৰতিখন মেচৰ পিছতেই পইণ্ট টেবুলত পৰিৱৰ্তন দেখা গৈছে।

এতিয়া মাত্ৰ ৮ খন মেচ বাকী আছে, তাৰ পিছত ফাইনেল মেচত কোন দুটা দলৰ মুখামুখি হ’ব সেইটো নিৰ্ণয় কৰা হ’ব। ১১ৰ পৰা ১৫ জুনলৈ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া WTC ৰ ফাইনেলৰ পিছত চেম্পিয়ন দলটো বিচাৰি পোৱা যাব।

ইয়াৰ পিছত WTC ২০২৫-২৭ ৰ মেচ আৰম্ভ হ’ব। ইয়াৰ মেচসমূহৰ সম্পূৰ্ণ তালিকাও প্ৰকাশ পাইছে। এই সময়ছোৱাত টীম ইণ্ডিয়াৰ কোন কোন দলৰ মুখামুখি হ’ব জানো আহক-

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ ত ৬ টা দলৰ বিৰুদ্ধে মুখামুখি হ’ব টীম ইণ্ডিয়া। ইয়াৰে ৩খন শৃংখলা ঘৰুৱা আৰু ৩খন বিদেশৰ মাটিত খেলিব। ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ হোৱা এই চক্ৰত ভাৰতীয় দলৰ প্ৰথম মুখামুখি হ’ব ইংলেণ্ড দলৰ সৈতে।

৫খন মেচৰ এই টেষ্ট ছিৰিজ ২০ জুন ২০২৫ৰ পৰা আৰম্ভ হ’ব। ইয়াৰ অন্তিমখন খেল ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। এই সকলোবোৰ মেচ কেৱল ইংলেণ্ডৰ মাটিতহে অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰেও ভাৰতে বিদেশৰ মাটিত নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মুখামুখি হ’ব লগা হৈছে।

ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ’ব। অৱশ্যে এই মেচসমূহৰ তাৰিখ বৰ্তমানেও প্ৰকাশ কৰা হোৱা নাই।

Tags: #cricketSportsWTC

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025