• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

WTC ২০২৫-২৭: ক’ত কোন দলৰ সৈতে মুখামুখি হ’ব টীম ইণ্ডিয়াৰ?

Nation NE by Nation NE
December 19, 2024
in Top News, ক্ৰীড়া
0 0
WTC ২০২৫-২৭: ক’ত কোন দলৰ সৈতে মুখামুখি হ’ব টীম ইণ্ডিয়াৰ?
Share on FacebookShare on TwitterWhatsApp

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ বৰ্তমান শেষ পৰ্যায়ত। বৰ্তমানৰ পৰ্যায়টো সম্পূৰ্ণ ৰোমাঞ্চৰে ভৰি আছে। প্ৰতিখন মেচৰ পিছতেই পইণ্ট টেবুলত পৰিৱৰ্তন দেখা গৈছে।

এতিয়া মাত্ৰ ৮ খন মেচ বাকী আছে, তাৰ পিছত ফাইনেল মেচত কোন দুটা দলৰ মুখামুখি হ’ব সেইটো নিৰ্ণয় কৰা হ’ব। ১১ৰ পৰা ১৫ জুনলৈ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া WTC ৰ ফাইনেলৰ পিছত চেম্পিয়ন দলটো বিচাৰি পোৱা যাব।

ইয়াৰ পিছত WTC ২০২৫-২৭ ৰ মেচ আৰম্ভ হ’ব। ইয়াৰ মেচসমূহৰ সম্পূৰ্ণ তালিকাও প্ৰকাশ পাইছে। এই সময়ছোৱাত টীম ইণ্ডিয়াৰ কোন কোন দলৰ মুখামুখি হ’ব জানো আহক-

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ ত ৬ টা দলৰ বিৰুদ্ধে মুখামুখি হ’ব টীম ইণ্ডিয়া। ইয়াৰে ৩খন শৃংখলা ঘৰুৱা আৰু ৩খন বিদেশৰ মাটিত খেলিব। ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ হোৱা এই চক্ৰত ভাৰতীয় দলৰ প্ৰথম মুখামুখি হ’ব ইংলেণ্ড দলৰ সৈতে।

৫খন মেচৰ এই টেষ্ট ছিৰিজ ২০ জুন ২০২৫ৰ পৰা আৰম্ভ হ’ব। ইয়াৰ অন্তিমখন খেল ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। এই সকলোবোৰ মেচ কেৱল ইংলেণ্ডৰ মাটিতহে অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰেও ভাৰতে বিদেশৰ মাটিত নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মুখামুখি হ’ব লগা হৈছে।

ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ’ব। অৱশ্যে এই মেচসমূহৰ তাৰিখ বৰ্তমানেও প্ৰকাশ কৰা হোৱা নাই।

Tags: #cricketSportsWTC

Related Posts

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026

শীৰ্ষ সংবাদ

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025